Assamese Sad Love Quotes

breakingpoint.in

Assamese Sad Love Quotes

বন্ধু-বান্ধৱী সক আজি আমি এই আর্টিকেলটোৰ জৰিয়তে কেইটামান Assamese Sad Love Quotes, লিখিম আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। যদি এই Assamese Sad Love Quotes সমূহ ভাল লাগে তেনেহলে এই আর্টিকেলটো শ্বেয়াৰ।

(১)
গোটেই পৃথিৱীখন তোমাৰ বিপক্ষে হলেও যিগৰাকী নাৰী সদায়
তোমাৰ পক্ষতেই থাকিব সেইগৰাকীয়ে হৈছে মা….।

(২)
পানী অবিহনে যিদৰে মাছ দুর্বল,
ফুল অবিহনে যিদৰে বাগিচা দুৰ্বল,
চন্দ্ৰ অবিহনে যিদৰে আকাশ দুৰ্বল,
সূৰ্য্য অবিহনে যিদৰে দিন দুৰ্বল,
ঠিক সেইদৰে বিশ্বাস অবিহনে সম্পর্কও দুর্বল।

(৩)
কোনো দিন কাৰো বেয়া হোৱাটো বিচৰা নাই।|
কিন্তু নাজানো কিয় ভগৱানে দুখ দিবলৈ আকৌ মোকহে বিচাৰি পাই।

(৪)
মধ্যবিত্ত ল’ৰাই গাড়ী কিনি caption দিব নোৱাৰে “thanks dad
আমাৰ সপোন, এদিন নিজৰ টকাৰে গাড়ী কিনি caption দিম “this is for u dad”


(৫)
পত্নী কোনো প্ৰহাৰ কৰা বস্তু নহয়।
পত্নীক যিমানেই মৰমত ৰাখিবা সিমানেইঘৰখন সুখৰ হ’ব।
পত্নী হৈছে ঘৰখনৰ লক্ষ্মী,
পত্নীক যিমানে অত্যাচাৰ কৰিবা সিমানেই ধ্বংস হ’ব।
পত্নীক অত্যাচাৰ কৰি পুৰুষত্ব দেখুওৱা জন পুৰুষ নহয়, কাপুৰুষ হয়।
পত্নীৰ মুখত হাঁহি বিৰিঙাই ৰাখিব পৰা জন হে প্রকৃত পুৰুষ।

(৬)
ভাল লগা মানুহ হাজাৰ জন থাকিব পাৰে, কিন্তু
ভালপোৱা মানুহ এজনে থাকে মোৰ বাবে সেইজন তুমি ।।

(৭)
ভুল হ’লে মৰমত বুজিবা, কিন্তু মোৰ পৰা দূৰ হৈ নাযাবা,
কাৰণ মই তোমাৰ অবিহনে সুখী হব নোৱাৰিম ।।

(৮)
জীয়াই থকা দিন কেইটা হাঁহি ধেমালিৰে জীয়াই থাকিব বিচাৰোঁ
কাৰণ তুমিও নাজানা মইও নাজানো এই জীবন কিমান দিন বাকী।

(৯)
মই এতিয়া নিজকে হেৰুৱাই পেলাইছো,
তেওঁক বিচাৰি পালেও কি লাভ? মই আৰু
সেইজন নহয় যাৰ বাবে তেওঁ মোৰ সকলো আছিল।

(১০)
বহুত বিশ্বাস কৰিছিলোঁ তোমাক, কিন্তু
তাৰ সুযোগ লৈ তুমি এনেকুৱা কৈ মোৰ লগত খেলিবা বুলি ভবা নাছিলোঁ ।।

Assamese Sad Love Quotes

(১১)
সম্পৰ্কবোৰ বিশ্বাসৰ লগত জড়িত হ’ব লাগে সৌন্দৰ্য্যৰ লগত নহয়
কাৰণ সৌন্দৰ্য্য শেষ হৈ যায় কিন্তু বিশ্বাসবোৰ চিৰদিনলৈ থাকি যায়।

(১২)
কেতিয়াবা যদি সময় হয় অতীতৰ পৃষ্ঠাবোৰ এবাৰ খুলি চাবা।
কিমান যে ধুনীয়া আছিল সেই দিনবোৰ…!!

(১৩)
আচলতে আমাৰ ভুলবোৰ তাতেই হয়,
যেতিয়া আমাৰ মনটোৱে নিজৰ সুখবোৰ পাহৰি আনৰ সুখৰ কথা ভাবিবলৈ লয়।

(১৪)
গুচি যোৱা সময় আৰু ভাঙি যোৱা বিশ্বাস কেতিয়াও ঘূৰি নাহে।

(১৫)
কিছুমান মানুহক আমি নিজৰ আপোন বুলি ভাবি
লোৱাটো আমাৰ জীৱনৰ এটা ভুল সিদ্ধান্ত বুলি
প্রমাণিত কৰি দিয়ে সেই মানুহবোৰেই।

(১৬)
সৰুতে কষ্ট পালে চিয়ৰি চিয়ৰি কন্দিছিলো,
যাতে সকলোৱে শুনা পাই। আজি কালি কষ্ট পালে গুপনে
কান্দু যাতে কোনো শুনা নাপাই।

(১৭)
যাৰ মোৰ বাবে সময় নাই,
মই পাগলে আকৌ তেওঁৰ বাবেই অপেক্ষা কৰি থাকোঁ ।।

(১৮)
ঘৰখনৰ দায়িত্ব নিজে মূৰ পাতি ল’বলগীয়া হ’লেহে
বুজা যায় নিজৰ প্ৰয়োজন আৰু সপোনবোৰতকৈ
ঘৰখনৰ প্ৰয়োজনবোৰ কিমান বেছি গুৰত্বপূৰ্ণ।

(১৯)
এইয়া কলিযোগ হয় মহাশয়
ইয়াত শপত খোৱাজন নহয়,
মদ খোৱাজনে হে সচাঁ কথা কয়।

(২০)
জীৱনত কিছুমান প্রশ্ন থাকে যাৰ উত্তৰ কেতিয়াও পোৱা নাযায।
কিছুমান ভুল থাকে যিবোৰ কেতিয়াও শুদ্ধৰাব নোৱাৰি।
আৰু কিছুমান কষ্ট থাকে যিবোৰ কাকো ক’ব নোৱাৰি…!

(২১)
সপোনবোৰ নিজক লৈ দেখা উচিত,
আনক লৈ নহয় কিয়নো আজিৰ পৃথিৱীত সম্পৰ্কবোৰৰ কোনো ভৰষা নাই..!

(২২)
“সময়ৰ লগত জীবনটো বহুত” সলনি হৈ যায়।
আগতে মা দেউতা শিক্ষা দি আছিল।
আৰু এতিয়া জীৱনে দি আছে,

(২৩)
তুমি লাগিলে মোক সচাঁ কথা কয় দহবাৰ কন্দুৱাই
দিবা,
কিন্তু কেতিয়াওঁ মিছা কথা কয় মোক সুখী কৰিবলৈ চেষ্টা নকৰিবা।

(২৪)
শপত খাই মিচা কথা ক’লে মানুহজনৰ কেতিয়াওঁ মৃত্যু নহয়..!
মৃত্যু হয় মাথো বিশ্বাসৰ।

(২৫)
সৰু কালতে টকা পইচা হাতত নাছিল যদিও
জীৱনটো কিন্তু সুখৰ আছিল।

(২৬)
কাৰোবাক ঠগি হয়তো 2 দিন সুখত থাকিব পাৰিবা,
কিন্তু মনত ৰাখিবা ঈশ্বৰে যিদিনা ঠগিব গোটেই জীৱন দুখত পাৰ কৰিব লাগিব।

(২৭)
অপ্রিয় হ’লেও সত্য।।
এজন পুৰুষক জীৱনৰ আধা কষ্ট টকাই আৰু আধা কষ্ট নাৰীয়ে দিয়ে…

(২৮)
যাৰ নাম
A,B,D,J,K,N,P,R,T,S ৰে আৰম্ভ হয় সিহঁত বহুত কিউট হয়,
সোনকালে খং উঠে আৰু বহুত স্মার্ট হয়, কেয়াৰিং হয় কিন্তু
কাকো অন্তৰৰ পৰা বেয়া পাব নোৱাৰে।

(২৯)
যিমানেই আপোন নহওক কিয় মিছা কথাবোৰ ধৰা পৰা পাছত আৰু
মানুহজনৰ ওপৰত অলপো বিশ্বাস নাথাকে….।

(৩০)
ভালপোৱা সদায় ৰাধ কৃষ্ণৰ দৰে হ’ব লাগে..
যাৰ মিলন হওঁক বা নহওঁক সঁচা হৃদয়েৰে মাত্র ভাল পাব জানে।

(৩১)
এজনী ছোৱালী নিজৰ মাক দেউতাকতকৈ আপোনাক বেছি ভাল পাব নোৱাৰে সঁচা,
কিন্তু, সেই ছোৱালী জনীয়ে বহুত বেছি ভাল পোৱা মাক দেউতাকক এৰি
গোটেই জীৱন আপোনাৰ লগত থকাৰ প্ৰতিশ্ৰুতি দিব পাৰে।

(৩২)
কিছুমান সপোন থাকে যি কেতিয়াও সঁচা নহয়,
কিছুমান আশা থাকে যি কেতিয়াও পুৰন নহয়,
কিছুমান কথা থাকে যি কেতিয়াও কোৱা নহয়,
আৰু কিছুমান স্মৃতি থাকে যি কেতিয়াও পাহৰিব পৰা নহয়।

(৩৩)
অকল ল’ৰাক নহয় বয়স হোৱাৰ লগে লগে বহুত
ছোৱালীকো কর্ম সংস্থাপনৰ চিন্তাই খুলি খুলি খায়।

(৩৪)
মানুহৰ প্রিয় হ’বলৈ ভাল আচাৰ-ব্যৱহাৰ বা মৰম-স্নেহতকৈও আজিৰ
যুগত অর্থনৈতিক যোগ্যতাৰহে প্ৰয়োজন যাৰ হাতত টকা নাই,
তেওঁ কোতিয়াও কাৰো প্ৰিয় নহয় শুনিবলৈ বেয়া লাগিলেও এইটোৱেই সত্য।

(৩৫)
১৮ বছৰ বয়সত, ৮ ঘন্টা ডিউটি কৰা,
ল’ৰাজনে হে জানে জীৱন মানে কি।

(৩৬)
মানুহে তেওঁৰ পৰাই মানুহে সকলোতকৈ বেছি আশা কৰে,
যাক নাপাম বুলি জানিও তেওঁৰ বাবে অপেক্ষা কৰে! কিন্তু মনত ৰাখিব
যি অপেক্ষা কৰে তেওঁ মূর্খ নহয়, তেওঁ বিশ্বাসী!

(৩৭)
কাজিয়া হোৱাৰ পাছত যিয়ে প্রথমে সৰু হৈ মাত মাতে নাইবা ফোন,
মেচেজ কৰে তেওঁ নিলাজ নহয় আচলতে তেওঁৰ বাবে সম্পর্কটো বহুত মূল্য আছে
তেওঁ সম্পর্কটো ভাঙি পেলাব নিবিচাৰে !

(৩৮)
পৃথিৱীৰ নিয়ম বৰ অদ্ভুত, যাক তুমি সকলোতকৈ বেছি ভাল পাবা –
তেওঁয়েই তোমাৰ সকলোতকৈ বেছি দুখৰ কাৰণ হ’ব ।

(৩৯)
আনে কি ক’ব এই বেপাৰটো এৰি দিয়ক,
জীৱনটো বহুত সহজ হৈ পৰিব …!!

(৪০)
ভূলে যিদৰে মানুহক শিকাত সহায় কৰে ঠিক তেনেদৰেই কিছুমান
আঘাতে মানুহক সলনি হোৱাত সহায় কৰে।

(৪১)
টকাৰে সুখ কিনিবৰ নোৱাৰি বাক্যশাৰী সঁচা কিন্তু টকা নহ’লে যে
জীৱনত একো কৰিবৰ নোৱাৰি সেইয়াও মিছা নহয়।

(৪২)
তোমাৰ কাৰণে মই গোটে জীৱন অপেক্ষা কৰিম,
মই তোমাৰ বাহিৰে বেলেগ নিবিচাৰোঁ, মই তোমাকে বিয়া পাতিম,
লাগে অপেক্ষা কৰিম কিন্তু তোমাকে বিয়া কৰিম।

(৪৩)
জীৱনটো সদায় নিজৰ মতে উপভোগ কৰিবলৈ শিকক,
মানুহৰ পছন্দ সময়ে সময়ে সলনি হৈ থাকে।

(৪৪)
আমাৰ জীৱনটো সময়ে আগুৱাই লৈ যায়, সময়ে দি যায় কেতিয়াবা হাঁহি,
কেতিয়াবা চকুলো আৰু কেতিয়াবা নিসংগতা।

(৪৫)
ধর্য ধৰিবলৈ শিকি লৈছো কাৰন জীৱনত
বিচাৰিলেই সকলো পোৱা নাযায়।

(৪৬)
আমি কাৰোবাৰ বাবে ইমানো আপোন নহয়
যিমান আমি নিজেই ভাৱি লওঁ।

(৪৭)
সৰু হৈ থাকোতে, সন্ধিয়া নামিছিল, তাৰ পিছত ৰাতি হৈছিল,
এতিয়া কেৱল, ৰাতিপুৱা হোৱাৰ পিছতে ৰাতি হৈ যায়।

(৪৮)
ধনী দুখীয়াৰ লগত কোনো মতলব নাই ল’ৰাজন
সৎ মানেই ছোৱালী জনী সুখী।

(৪৯)
ল’ৰাসকলক এটাই অনুৰোধ কাৰোবাক পাই নিজক পাহৰি নেপেলাবা
যে তুমি ঘৰৰ সেইজন ব্যক্তি, যি ভবিষ্যতে ঘৰৰ সকলো দ্বায়িত্ব পালন কৰিব লাগিব,
মা-দেউতাই তোমাক লৈ বহু সপোন ৰচি আছে।

(৫০)
প্রকৃত ভালপোৱাত কিবা অদ্ভুত মায়া থাকে !
যাৰ বাবে কষ্ট পালেও এৰা নাযায়,
আৰু মন ভাঙি গলেও ঘৃণা কৰা নাযায়।

(৫১)
সুখত থকা মানুহে বুজি নাপায় দুখ কি,
সপোন দেখা মানুহে বুজি নাপায় বাস্তৱ কি,
স্বাৰ্থপৰ মানুহে কেতিয়াও বুজি নাপায় সম্পর্ক কি।

(৫২)
যিজনী ছোৱালীয়ে ঘৰৰ অভাৱ দেউতা কষ্ট বুজি পায়,
সেইজনী ছোৱালীয়ে ল’ৰাৰ জীৱনৰ লগত কেতিয়াওঁ নেখেলে।

(৫৩)
ল’ৰা হোৱা ইমান সহজ নহয়, ঘৰ বনাবলৈ,
এখন ঘৰৰ পৰা আঁতৰি থাকিব লাগে।

(৫৪)
সুখী হবলৈ ধন, সম্পত্তিৰ প্রয়োজন নহয়,
যদিহে জীৱন সংগী জন সঠিক আৰু সুখ, দুখৰ সমভাগি হয়।

(৫৫)
খঙত বহুবাৰ “মা”ৰ হৃদয় ভাঙিছোঁ!
কিন্তু মায়েতো “মোক” এৰি যোৱা নাই ।।

(৫৬)
আকাশ তৰা….
পথাৰৰ নৰা….
মই তোমাক ভাল পাওঁ..
বহুত দিনৰে পৰা..

(৫৭)
ভালপাওঁ বুলি কোৱাটো সহজ কিন্তু
সেই ভালপোৱাক সঠিক মূল্যৰে ধৰি ৰখাটো বহুত কঠিন,
সেয়ে কাৰোবাক ভালপাওঁ বুলি কোৱাৰ আগত
হাজাৰ বাৰ ভাৱি লব লাগে।

(৫৮)
কিমান ভালপাওঁ সেয়া নাজানো, কিন্তু
online আহিলে তুমি Message দিছা নেকি সেইটোৱেই প্রথমে চাওঁ..!

(৫৯)
হাজাৰ কাজিয়া হোৱাৰ পিছতো যিয়ে, তোমাক এৰি থাকিব নোৱাৰে,
যিয়ে তোমাৰ ওচৰলৈ বাৰে বাৰে ঘূৰি আহে, তেওঁৰ বাবে তুমি বহুত প্রিয়।

(৬০)
নাৰীৰ গাত হাত দিয়াটো পুৰুষত্ব নহয়,
বৰং সেই হাতেৰে নাৰীক সুৰক্ষা কৰাটোহে পুৰুষত্ব।

পৃথিৱীৰ আটাইতকৈ সুন্দৰ প্ৰতিবাদ
হ’ল “নীৰৱে থকা।

(৬১)
কোনোবা ছোৱালীৰ কাৰণে নিজৰ জীৱনটো ধ্বংস নকৰিবা বন্ধু,
কাৰণ সেই ছোৱালী জনীয়ে টো বেলেগ ল’ৰা পাই যাব কিন্তু
আপোনাৰ মায়ে আপোনাৰ দৰে বেলেগ সন্তান নাপায়।

(৬২)
সেই এক টকাৰ ওচৰত
এই লাখ টকা মাটিৰ দৰে
যি মায়ে আমাক স্কুল যাবলৈ দিছিল

(৬৩)
জীৱনলৈ অহা বেছিভাগ মানুহেই শিকাই থৈ যায়,
সহজতে যাতে কাৰোবাক বিশ্বাস কৰিব নালাগে।

(৬৪)
মোৰ ইমান সময় ক’ত আছিল
যে মই ভাগ্যৰ লিখনি চাব পাৰিম কিন্তু
মাৰ হাঁহিটো দেখিলেই বুজি পাওঁ
মোৰ ভাগ্যখনো খুব সুন্দৰ।

(৬৫)
কাৰ লগত থাকিলে তোমাক ধুনীয়া দেখি, সেইটো। MPORTANT নহয়।
কাৰ লগত থাকিলে তুমি সুখী হ’বা, সেইটো IMPORTANT..!

(৬৬)
আঁঠু কাঢ়ি কাঢ়ি কেতিয়ানো খোজ কাঢ়িব পৰা হ’লোঁ
মা তোমাৰ মমতাৰ ছাঁত কেতিয়ানো ডাঙৰ হৈ গ’লোঁ।

(৬৭)
জীৱনটো এনেকোৱা এটা অৱস্থাত আছে
কেতিয়া কি কৰিব লাগে বা কি কৰি আছোঁ,
ভৱিষ্যতে কি হ’ব, নিজেই বুজি পোৱা নাই।
কেৱল জীয়াই থাকিব লাগে জীয়াই আছোঁ।

(৬৮)
প্ৰতিটো মন্দিৰ, প্ৰতিটো মজজিদ, প্ৰতিটো নামঘৰ, প্ৰতিটো গীৰ্জাত মূৰ দোঁৱালো
আশাবোৰ তেতিয়াহে পূৰ হ’ল যেতিয়া মাৰ ভৰিত মূৰ থলোঁ।

(৬৯)
অপেক্ষা কৰিম তোমাৰ বাবে, ভালপোৱা নাটক নকৰোঁ।
তোমাৰ প্ৰিয়জন হৈ থাকিব বিচাৰোঁ, দুদিনৰ কাৰণে নহয় গোটেই জীৱনৰ কাৰণে।

(৭০)
অপেক্ষা কৰিম মই তোমাৰ বাবে কাৰণ মই
তোমাৰ বাহিৰে আৰু বেলেগ নিবিচাৰোঁ।

(৭১)
কৰি ভাল লাগে
যদি খংবোৰ বুজি পোৱা ব্যক্তি থাকে,
অভিমান কৰি ভাল লাগে যদি অভিমানবোৰ ভঙা ব্যক্তি থাকে,
আৰু মৰম ভালপোৱা যাচি ভাল লাগে যদিহে মৰমৰ
মূল্য বুজি পোৱা মানুহ থাকে।

(৭২)
দেউতা মানেই জীৱনৰ LIc এজেন্ট, যিয়ে
নেকি জীৱন যুদ্ধত Maturity নােহােৱা লৈকে
যুদ্ধ কৰি এই থাকে।

(৭৩)
মানুহে যি কয় ক’বলৈ দিয়ক মানুহৰ কথাত বিৰক্ত নহ’ব
মানুহে কেৱল কিবা কয় আৰু আঁতৰি যায় মনত ৰাখিব আপোনাৰ পৰিস্থিতি
সলনি হ’লে মানুহৰ কথাও সলনি হৈ যায়।

(৭৪)
মই সুখী থাকিবলে ডাঙৰ অতালিকা নালাগে নালাগে দামী গাড়ী
মাথোঁ তুমি মোৰ লগত থাকিবা মই তাঁত এই সুখী।

(৭৫)
হাঁহি আছোঁ, সকলোৱে ভাৱে সুখত আছোঁ…
কিন্তু সুখ নাই, জীয়াই আছোঁ সকলোৱে দেখিছে…
কিন্তু শান্তি নাই…

(৭৬)
বাস্তৱত নাথাকিলেও, কল্পনাতে বিচাৰিম তোমাক তুমি মোৰ এনে
এটা সপোেন যি কেতিয়াও পূৰণো নোহোৱা আৰু কেতিয়াও শেষো নোহোৱা।

(৭৭)
যেতিয়া মানুহ এজন ভিতৰৰ পৰি মৰি যায়…
বাহিৰৰ পৰা পোৱা হাজাৰটা সুখে তেওঁক কেৱল হহুৱাৱ হে পাৰিব
কিন্তু সুখী কৰিব নোৱাৰিব…

(৭৮)
দেউতা হৈছে সাহসৰ প্রতীক যাৰ আমি কষ্টৰে ভৰা
ভাগৰুৱা মুখ খন দেখিছাে, কিন্তু
কেতিয়াও চকুত চকুপানী দেখা নাই।

(৭৯)
মানৱ শৰীৰৰ আতাইতকৈ ধুনীয়া অংগটোৱেই হৈছে মন,
যদি মনটোয়েই পৰিষ্কাৰ নহয়,
তেনেহলে চেহেৰা সুন্দৰ একো অর্থ নাই।

(৮০)
যেতিয়া কাৰোবাৰ প্ৰতি ভালপোৱা বেছি হৈ যায়,
তেতিয়া সেই ভালপোৱাই সুখতকৈ কষ্ট বেছি দিয়ে।

(৮১)
যদি কোনোবায়ে আপোনাৰ আশাবোৰত জীয়াই থাকে,
তেতিয়া হলে আপুনিও তেওঁৰ বিশ্বাসক নাভাঙিব কাৰণ মানুহে তেওঁৰ ওপৰত হে
আটাইতকৈ বেছি আশা কৰে যাক তেওঁৰ মনৰ আটাইতকৈ ওপৰৰ বুলি ভাবে।

(৮২)
হাঁহিবলৈ শিকাই মা-দেউতাই কিন্তু কন্দুৱাই আনে,
জীৱনটো বৰ আঁচৰিত নহয় নে!

(৮৩)
পৃথিৱীৰ সকলো বস্তুৱে চিনিৱ পাৰি, কিন্তু
মানুহৰ মন চিনিৱ নোৱাৰি।

(৮৪)
আপোন আৰু সপোন কেতিয়া কত কেনেকৈ
হেৰাই যায় ধৰিবই নোৱাৰি…।।

(৮৫)
পৰীক্ষা কৰিবলৈ হ’লে বিপদৰ সময়ত কৰিবি বন্ধু, কাৰণ
পইচাৰ ফালৰ পৰা মই অলপ দুখীয়া।

(৮৬)
আপোন মানুহেই কষ্ট দিয়ে আপোন মানুহেই প্ৰতাৰণা কৰে আপোন
মানুহেই সপোন বোৰ ভাঙি পেলাই আপোন মানুহেই দুখ দি আতঁৰি যায়।

(৮৭)
গছৰ পাত যেতিয়া সৰি পৰাৰ সময় আহে তেতিয়া পাতৰ ৰং সলনি হয়।
তেনেদৰে মানুহ সলনি হোৱা আগতে কথাবোৰ কোৱা ধৰণ সলনি হয়।

(৮৮)
কাৰোবাক লাথি মাৰি দিয়াৰ আগতে চাওক আপুনি ক’ত থিয় হৈ আছে…!!

(৮৯)
মনৰ কষ্ট আৰু চকুপানী কাকো দেখুৱাব নালাগে,
নিজৰ জীৱন সুখৰ নহলেও কাকো কব নালাগে,
কাৰণ সকলোৱে কষ্ট দিব পাৰে কিন্তু
কষ্টৰ ভাগ ল’বলৈ কোনেও নাহে।

(৯০)
অন্তৰত ঠাই দিব পৰা মানুহ বহুত পোৱা যায় কিন্তু
অন্তৰক বুজি পোৱা মানুহে বিচাৰি পোৱা টান।

(৯১)
৩টা বস্তু সকলো সময়তে ভাবি চিন্তি দিব…!
১/ উত্তৰ
২/ পৰামৰ্শ
৩/ ঋণ

(৯২)
জিয়াই থকা দিন কেইটা হাহি ধেমালিৰে জিয়াই থাকিব বিচাৰোঁ কাৰণ
তুমিও নাজানা মইও নাজানো এই জীৱন আৰু কিমান দিন বাকী।

(৯৩)
কাৰোবাৰ বিষয়ে কিবা এটা কথা কোৱাৰ আগত সত্যটো জানি ল’ব লাগে,
কাৰণ অনুমান কৰি কোৱা কথা সকলো সময়ত সঁচা নহ’বও পাৰে ।।

(৯৪)
আমাক আচলতে সেইসকল মানুহে প্ৰতাৰণা কৰে,
যাক আমি সকলোতকৈ বেছি বিশ্বাস কৰো।

(৯৫)
কেতিয়াবা কেতিয়াবা মনৰ দুখবোৰ ইমানেই বাঢ়ি যায় যে…
কি কাৰণত নাজানো কিন্তু চকু পানী নিজে নিজেই ওলাই পৰে।

(৯৬)
জীৱনটোয়ে ইমান কষ্ট দিয়ে! তথাপিওঁ মনত বহুত আশা থাকে,
মনটোয়ে কয় একো নহয় চেষ্টা কৰি আগুৱই যা,
এদিন নহয় এদিন সফল হ’ব পাৰিবি।

(৯৭)
প্রতিদিনে এটা নতুন টেনচন, প্রতিদিনে এটা নতুন অসুবিধা,
নাজানো কেতিয়া আহিব এটা সুখৰ দিন….।

(৯৮)
মানুহ চিনি পোৱাটো পৃথিৱীৰ আটাইতকৈ টান কাম। কাৰণ
আজিকালি মানুহৰ মনৰ ভিতৰত এটা থাকে আৰু বাহিৰ দেখাই এটা,
আজিকালি মুখা পিল মানুহৰ সংখ্যাই বেছি !

(৯৯)
বিয়াৰ আগত শৰীৰ চুব বিচৰা পুৰুষে তোমাক কেতিয়াও বিয়া নকৰাই, আৰু
তোমাক যিজনে সচা ভাল পাব সেইজনে তোমাক বিয়াৰ পাছতহে স্পর্শ কৰিব।

(১০০)
মান ডাঙৰ
না ধৰ্ম ডাঙৰ
না স্বাৰ্থ ডাঙৰ
না অৰ্থ ডাঙৰ
আচল কথাটো হ’ল বিপদৰ সময়ত যিয়ে আপোনাক কাষত
থিয় দিয়ে তেওঁৱেই সকলোতকৈ ডাঙৰ।

(১০১)
যদি যৌতুক ৰ সৈতে বিয়া কৰাটো অপৰাধ হয় তেন্তে…
ল’ৰাৰ উপাৰ্জন দেখাৰ পিছত বিয়া কৰাও অপৰাধত অন্তৰ্ভুক্ত হ’ব লাগে।

(১০২)
জীৱনটো আহি এনেকুৱা এখন ঠাই পাইছে,
য’ত নেকি নিজৰ দুখবোৰ সহ্য কৰিবও নোৱাৰো, আৰু
আনৰ আগত প্ৰকাশ কৰিবও নোৱাৰো ..!!

(১০৩)
১/ সুখ মানে কি…?
(ক) মা,
(খ) প্রেম,
(ঘ) মৃতু,
(গ) পইচা,

(১০৪)
কেতিয়াবা নিজকে বহুত মনত পৰে কি
আছিলো আৰু কি হৈ পৰিলো।

(১০৫)
ভুল কৰো যদি শুধৰাই দিবা কিবা বেচিকৈ কলে গালি পাৰিবা কিন্তু
আধা বাটত এৰি থৈ কেতিয়াও নাজাবা।

(১০৬)
এনেকুৱা এজন মানুহৰ খুব প্রয়োজন যাক মনৰ কথা বোৰ খুলি ক’ব পাৰি
বিনা সংকোচে তেওঁক অভিযোগ দিব পাৰি যিয়ে নেকি সন্ধিয়া এবাৰ ফোন কৰি
সুধে আজি দিনটোত কি কৰিলা কেনে গ’ল দিনটো।

(১০৭)
মানুহজনক জীয়াই থকাৰ সময়ত মূল্য দিয়ক,
মৃত্যুৰ সময়ত তেওঁৰ বাবে কান্দিব নালাগে…!

(১০৮)
কোনোবাই আপোনাক বাৰে বাৰে আবহেলা কৰি থাকিলে
তেওঁক আমনি কৰিব এৰি দিয়ক, কাৰণ যত
আপুনি মূল্যহীন তাত থকা প্রয়োজনীয়তাই ক’ত।

(১০৯)
আৰু ৫ মাহৰ পিছতহে লগ পাম তোমাক….. Dr. ❤️
এজনে আনজনৰ পৰা দূৰত থকা সকলে অনুভৱ
কৰিৱ পাৰে এই সময় খিনিৰ মায়ামহ।

(১১০
মানুহ আঁতৰি যায় কিন্তু যিখিনি স্মৃতি দি যায়
সেইখিনিয়ে গোটেই জীৱন কন্দুৱাই…!

(১১১)
বাপেকৰ কাপোৰ ফাটি যায় তাক পৰাওঁতে ! আৰু তাইৰ কাপোৰ খুলি যায় !
Instagram followers বৰাওঁতে..!!

(১১২)
কিদৰে মানি লওঁ যে প্রেম এবাৰেই হয়, তোমাক যিমান বাৰেই চাওঁ…
সিমানবাৰেই মোৰ প্ৰেম হয়…।

(১১৩)
ত্যাগ কৰি দিলো সেইটো সম্পর্ক,
যিটোত মই অলপ ভালপোৱা আৰু সময় বিচৰাৰ
বাবে ভিক্ষা খুজিব লগা হয়.!

(১১৪)
ক্ষমা খুজিলে সকলো শেষ নহয়।
হৃদয়ত থকা কথাবোৰ সহজে পাহৰিব নোৱাৰি !

(১১৫)
মইও তোমাৰ দৰে হব নোৱাৰো !
আৰু তুমিও মোৰ দৰে হব নোৱাৰা,
সেয়ে আনৰ লগত তুলনা কৰি নিজক দুখ দিব বাদ দিয়া,
সকলোৱে নিজৰ স্থানত শ্রেষ্ঠ

(১১৬)
নৰক চাব মন আছে যদি অতি কম বয়সতে এজন ভুল
মানুহৰ লগত বিয়া হয় চাওক না মৰম পাব না ভালপোৱা
পাব অকল দুখৰ বাহিৰে একো নাপাই।

(১১৭)
নহয়, নহ’ব আৰু নোৱাৰো তোমাক নিজৰ আঁতৰ কৰিবলৈ মোৰ শেষ
নিশ্বাসলৈকে চেষ্টা কৰিম তোমাক আজীৱন মোৰ কাষত ৰাখিব।

(১১৮)
মোক সুখী হৈ থাকিবলৈ তোমাৰ মৰম আৰু তোমাক লাগে।

(১১৯)
দুখীয়াৰ ঘৰত ধনী গ’লে দুখীয়া আনন্দিত হয়, কিন্তু
ধনী ঘৰত দুখীয়া গ’লে ধনী বিৰক্ত হয়।

(১২০)
এনেকুৱা এটা তাৰিখ কোৱা যিটো তুমি
কেতিয়াও পাহৰিব নোৱাৰা…??

(১২১)
মানুহে তোমাক তেতিয়াই ভাল বুলি কয়,
যেতিয়া তোমাক তেওঁৰ ইচ্ছা মতে ব্যৱহাৰ কৰিব পাৰে।

(১২২)
মানুহে কৈয় টকাৰে সকলো বস্তু কিনিব পাৰি, কিন্তু
সুখ শান্তি মৰম ভালপোৱা এইবোৰ
যিমান টকা দিলেও কিনিব নোৱাৰি ৷

(১২৩)
যিমান দুখ থাকিলেও মন মাৰি নাথাকিবা সদাই হাঁহি থাকিব শিকা,
কাৰন হাঁহি যে জীৱন ধুনীয়া কৰে আৰু সুখী অনুভৱ কৰাই….।

(১২৪)
মমবাতি ডালেও হয়তো পাছতহে বুজি পায় ! যে তাক এডাল সূতাই ধ্বংস কৰিলে,
যাক সি বুকুৰ মাজত ঠাঁই দিছিল।

(১২৫)
মোৰ অলপ বেমাৰ হৈছিল তেওঁ গোটেই ৰাতি শুয়া নাছিল
কোৱা তেওঁ কোন আছিল…..?

(১২৬)
যদি ভালপোৱাৰ অভাৱ থাকে তেনেহ’লে,
সেইজনক এৰি দিয়ক কিন্তু যোগ্যতাৰ অভাৱত কেতিয়াও কাকো ত্যাগ নকৰিব
কাৰণ যোগ্যতাতকৈ ভালপোৱাৰ মূল্য বহুত বেছি।

(১২৭)
জীৱনত পাৰিলে পানীৰ দৰে হ’বলৈ চেষ্টা কৰা,
নিজৰ ৰাস্তা নিজই তৈয়াৰ কৰি ল’ব পাৰিবা।
পথাৰৰ দৰে নহবা আনক উজুতি খোৱাবলৈ।

(১২৮)
তোমাক ভালে ৰখাৰ স্বাৰ্থত তোমাৰ পৰা আঁতৰি আহিলো তুমি ভালে থাকা সুখী হোৱা ।
মোৰ মনত পৰিব তোমালৈ একো নাই মোৰ কথা বাদ দিয়া তুমি তোমাৰ যাত্ৰাত সফল হোৱা ।

(১২৯)
ভাল লগাবোৰ ভাল লগা হৈ ৰল, স্মৃতি বোৰ থমকি ৰল..!
সৌ সিদিনা লগ পোৱা আপোন জন আজি চকুৰ
আগতে আনৰ হৈ গ’ল…।

(১৩০)
সফলতাৰ তিনিটা সূত্র-
১/ বেলেগতকৈ বেছি জানক!
২/ বেলেগতকৈ বেছি কাম কৰক!
৩/ বেলেগতকৈ কম আশা কৰক!

(১৩১)
জ্ঞানী মানুহৰ ভুল ধৰিলে
তুমি হ’বা তেওঁৰ বন্ধু।
মূর্খ মানুহৰ ভুল ধৰিলে
তুমি হ’বা তেওঁৰ শত্রু।

(১৩২)
পৃথিৱীৰ দুজন মানুহৰ সংখ্যা
সকলোতকৈ কম
সত্যবাদী আৰু প্রতিবাদিৰ।

(১৩৩)
জীৱনত এনেকুৱা এজন মানুহ প্রয়োজন
যিয়ে স্বার্থ নোহোৱাকৈ
ভাল পাব,
আৰু প্রয়োজন নোহোৱাকৈ
খবৰ ল’ব।

(১৩৪)
ঘৰখনৰ দায়িত্ব
নিজে মূৰ পাতি ল’বলগীয়া হ’লেহে
বুজা যায় নিজৰ প্রয়োজন
আৰু সপোনবোৰতকৈ ঘৰখনৰ
প্রয়োজনবোৰ কিমান বেছি গুৰত্বপূর্ণ।

(১৩৫)
অপ্রিয় কিন্তু সত্য
উপকাৰ এনেকুৱা এটা আচৰিত বস্তু,
যি কৰিলে পাহৰি যায়, আৰু
নকৰিলে মনত ৰাখি থয়।

(১৩৬)
শিক্ষিত হৈ যদি
ভুলক ভুল আৰু শুদ্ধক শুদ্ধ বুলি
কোৱাৰ সাহস নাথকে,
তেনেহলে আপুনি সমাজৰ
বোজাৰ বাহিৰে একো নহয়।

(১৩৭)
জীৱনত সুখী হ’ব বিচৰা,
তেনেহলে সদায় প্রেম বিলাবলৈ
চেষ্টা কৰা, পাবলৈ নহয়।

(১৩৮)
জীৱনৰ বাটত
কোন কেনেকুৱা চিনি পাব
শিকি গ’লো বুলিয়েই চাগে আজি
মোৰ বন্ধুৰ সংখ্যা কমি আহিছে।

(১৩৯)
অযোগ্য মানুহক
যোগ্য কৰি তোলাটো সম্ভৱ,
কিন্তু বিশ্বাস ঘাতক মানুহক
বিশ্বাসৰ যোগ্য কৰি তোলাটো
সঁচাকৈ অসম্ভৱ।

(১৪০)
দেউতা অবিহনে, জীৱনটো ইমান সহজ নহয়,
যাৰ নাই তেওঁ হে বুজি পায়।

(১৪১)
জৰুৰী নহয় যে কেৱল কৰ্মৰ দ্বাৰাই মানুহ ভাগৰুৱা হোৱাটো,
কেতিয়াবা কিছুমান চিন্তাৰ বোজাইও মানুহক ভাগৰুৱা কৰি তোলে…..

(১৪২)
নিজক ভাল বুলি ক’বলৈ যোৱা নাই,
হ’লেও কিন্তু আজিলৈকে আনৰ বেয়া হোৱাটো কামনা কৰা নাই !

(১৪৩)
ঠাণ্ডাৰ দিনত লেপৰ তলত
গৰমৰ দিনত ফেনৰ তলত
ছাটিৰ তলত বাৰিষাৰ দিনত ছাটিৰ তলত
জীৱনটো তলত থাকোতেই যাব যেন পাইছো।

(১৪৪)
মইও তোমাৰ দৰে হব নোৱাৰো! আৰু তুমিও মোৰ দৰে হ’ব নোৱাৰা,
সেয়ে আনৰ লগত তুলনা কৰি নিজক দুখ দিব বাদ দিয়া,
সকলোৱে নিজৰ স্থানত শ্রেষ্ঠ।

(১৪৫)
কোনো ছোৱালীৰ দেহৰ লগত খেলা নকৰিবা,
কাৰণ তাইয়ো এজন দেউতাকৰ মৰমৰ কন্যা।

(১৪৬)
এটা সময়ত সকলো অচিনাকি হৈ পৰে
এদিন যিয়ে গোটেই জীৱন থকাৰ কথা কৈছিল
তেওঁ এতিয়া আনৰ হৃদয়ত ঘৰ সাজিছে।

(১৪৭)
গৰীৱ হৈ থাকিলে কোনেও গুৰুত্ব নিদিয়ে কষ্ট কৰিলে
সকলোয়ে হাঁহে সফল হলে সকলোয়ে জ্বলে এয়াই মানুহৰ স্বভাৱ।

(১৪৮)
আজিৰ পৰা কাকো বিৰক্তি কৰি নাথাকো…
লাহে লাহে বুজি পালোঁ যে, খুজি খুজি গুৰুত্ব লোৱাতকৈ অকলে থকাই বহুত ভাল..।।

(১৪৯)
সৰুতে কাহিনী শুনি টোপনি গৈছিলো
এতিয়া জীৱনৰ কাহিনীবোৰে টোপনি সৰিলে।

(১৫০)
জোখতকৈ অধিক মানুহৰ লগত ঘনিষ্ঠ হ’লে এদিন নহয়
এদিন ভুল বুজা-বুজি হয়েই…
হয়তো তেতিয়াই এটা সুন্দৰ সম্বন্ধ ঘুণে ধৰে।

(১৫১)
ভগৱান শ্রী কৃষ্ণই কৈছিল,
যদি কাৰোবাৰ স্মৃতিয়ে তোমাক বাৰে বাৰে আমনি কৰি থাকে
তেন্তে বুজি লোৱা আজিও তেওঁৰ হৃদয়ত তোমাৰ স্থান আছে।

(১৫২)
যিয়ে তোমাক patta নিদিয়ে তেওঁকো তুমি পাত্তা নিদিবা
এটা কথা সদাই মনত ৰাখিবা তোমাৰ পৃথিৱীত তুমি এই ৰজা !!!..?

(১৫৩)
কাৰো লগত কথা পতাৰ অভ্যাস কেতিয়াও নকৰিবা..
যেতিয়া তেওঁ কথা পতা বন্ধ কৰি দিব..
তেতিয়া জীয়াই থকাটো বৰ কঠিন হৈ পৰে।

(১৫৪)
বেছিকৈ মানুহৰ লগত কথা পাতিলে বেছিকৈ মানুহক সময় দিলে
প্রয়োজনতকৈ বেছি কাৰোবাক মৰম কৰিলে
আপুনি এদিন নিজেই প্ৰস্তাৱ লাগিব।

(১৫৫)
ভাল পাওঁ তোমাক এইবাবে নহয় যে তোমাক এৰি থাকিব নোৱাৰোঁ…
এইবাবে যে তোমাৰ সৈতে এই জীরন উপভোগ কৰিব বিচাৰোঁ।

(১৫৬)
ধুনীয়া বুলি প্ৰেম নকৰিবা চৰিত্ৰহীন হ’ব পাৰে,
জাৱৰ বুলি খালত নেপেলাবা সোেণও হ’ব পাৰে,
শিল বুলি খোজ নিদিবা তুলাও হ’ব পাৰে,
ধুখীয়া বুলি ঘৃণা নকৰিবা তেওঁৰো এটা ভাল ম’ন থাকিব পাৰে।

(১৫৭)
মনৰ কষ্ট আৰু চকুপানী কাকো দেখুৱাব নালাগে,
নিজৰ জীৱন সুখৰ নহলেও কাকো কব নালাগে,
কাৰণ ভাগ ল’বলৈ কোনেও নাহে।

(১৫৮)
ইমান অকলশৰীয়া হৈ গৈছো যে..
এতিয়া মৃত্যু আহিলেও হাঁহি হাঁহি সাৱতি ধৰিম।

(১৫৯)
পৃথিৱীৰ সকলোতকৈ মূল্যবান সম্পদ হৈছে সুখ,
ইয়াক কিনিব সকলোৱে বিচাৰে কিন্তু দিব কেৱল ভগৱানেহে পাৰে !
গতিকে ভগৱানৰ ওপৰত বিশ্বাস ৰাখক তেওঁ নিশ্চয় ভালে ৰাখিব।

(১৬০)
জীৱনটোবে এটা কথা বৰ স্পষ্টকৈ শিকালে,
যে কাৰোবাক বেছি গুরুত্ব দিব গ’লে শেষত,
নিজেই গুৰুত্বহীন হ’ব লাগে।

(১৬১)
আধাবাটত হাতখন এৰি যোৱাজন নহয়,
সমাজৰ আগত হাতখন ধৰিব পৰা এজন লাগে।

(১৬২)
হাজাৰ কাজিয়া হোৱাৰ পিছতো যিয়ে, তোমাক এৰি থাকিব নোৱাৰে,
যিয়ে তোমাৰ ওচৰলৈ বাৰে বাৰে ঘূৰি আহে, তেওঁৰ বাবে তুমি বহুত প্রিয়।

(১৬৩)
কোনো এটা বস্তু ভাঙি পেলোৱা পাছত তাক হাজাৰ থিক কৰিলেও
সি আগৰ দৰে হব নোৱাৰে,
সেইয়া লাগিলে গিলাচে হওঁক বা হৃদয়।

(১৬৪)
আপোন যেন লগা প্রত্যেকজন ব্যক্তি যেনেকৈ আপোন নহয়।
ঠিক তেনেকৈ হাঁহি থকা সকলো ব্যক্তি সুখী নহয়…..।

(১৬৫)
সেইজনক কেতিয়াও নিজৰ হৃদয়খনৰ পৰা আতৰি যাব নিদিবা,
যিজনে তোমাৰ হাজাৰ অৱহেলাৰ পিছতো তোমাকে বিচাৰিছে…।

(১৬৬)
আজি কালি ৰাতি টোপনি কম,
চকুৰ পানী বেছি আহে অ….।

(১৬৭)
School Lifer আটাইতকৈ ডাঙৰ মিছা কথা
Sir Homework মই কৰিছিলো কিন্তু বহিখন ঘৰত থাকি আহিল।

(১৬৮)
মিছা কথা নকবা…
ছোৱালীবোৰক সুধিছো, তোমালোকে দিন হাজিৰা কৰা ল’ৰা
এটাৰ লগত বিয়া হ’ব পাৰিবানে…?

(১৬৯)
দেউতা মানেই জীৱনৰ LIC এজেন্ট,
যিয়ে নেকি জীৱন যুদ্ধত Maturity নোহোৱা লৈকে যুদ্ধ কৰি এই থাকে।

(১৭০)
নোৱাৰোঁ আৰু ককো বিশ্বাস কৰিব,
জীৱনত যাক যাক বিশ্বাস কৰিলোঁ সকলোৱে মনত আঘাত দি থৈছে।

(১৭১)
বহুতো অপেক্ষা পাছতো তেতিয়া আপোন জনৰ
এটা ফোন আৰু মেচেজ নাহে তেতিয়া মনৰ মাজত
বহুতো চিন্তা আৰু দুখে হেঁচা মাৰি ধৰে।

(১৭২)
কাৰোবাক সঁচা ভাল পালে
চকু পানীৰ অবিহনে একো পোৱা নাযায়।

(১৭৩)
প্রিয় জন যিমানেই দূৰত নাথাকক কিয়
সম্পৰ্ক এটাত দূৰত্ব বোৰৰ কেতিয়াও, বাধা হব নোৱাৰে,
যদিহে মৰম আৰু বিশ্বাস বোৰ সঁচা হয়।

(১৭৪)
শব্দ লিখিবলৈ যদি চিয়াঁহীৰ ৰং আৰু
সম্বন্ধ গঢ়িবলৈ যদি দেহৰ ৰং বিচাৰি ফুৰা তেতিয়া
না শব্দৰ অৰ্থ বুজি পাবা, না সম্বন্ধৰ মূল্য।

(১৭৫)
এতিয়াহে বুজিলো এইখন পৃথিৱীত কোনো কাৰো আপোন নহয়
কিছুমানে মানুহৰ মনৰ লগত খেলা খেলিব আহে,
আৰু কিছুমানে আহে কাৰোবাক মৃত্যুৰ মুখত পেলাবলৈ।

(১৭৬)
মই বেয়া নে মোৰ ভাগ্য খনেই বেয়া নাজানো,
কিন্তু মই বিশ্বাস কৰা প্ৰতিজন মানুহেই,
মোক অকলশৰীয়া কৰি গুচি যায়।

(১৭৭)
সম্পর্ক এটা কেতিয়াও নিজেই শেষ হৈ নাযায়,
ইয়াক কোনোবা এজনে হত্যা কৰে,
নাই বা কেতিয়াবা গুৰুত্বহীনতাই কেতিয়াবা সন্দেহ।

(১৭৮)
জীৱনত কাৰোবাক পোৱাটো ডাঙৰ কথা নহয়,
আপুনি যাক পাইছে জীৱনৰ শেষ মূহুর্ত পর্যন্ত,
তেওঁক কাষত পোৱাটোহে ডাঙৰ কথা।

(১৭৯)
ভাল পাওঁ তোমাক কোনো স্বার্থ নোহোৱাকৈ,
ভাল পাওঁ তোমাক কোনো কাৰণ নোহোৱাকৈ,
ভাল পাওঁ তোমাক ভালপোৱা- গভীৰতা নজনাকৈ,
ভালপাওঁ তোমাক কবলৈ ভাষা নোহোৱাকৈ।

(১৮০)
প্রকৃততে আমি চাবলৈ গ’লে আমাৰ জীৱনটো বেয়া নহয় বুজিছে,
বেয়া কৰে আচলতে জীৱনৰ বাটত লগ পোৱা কিছুমান স্বাৰ্থপৰ মুখা পিন্ধা মানুহে !

(১৮১)
ভালপোৱা জনক কেতিয়াও শৰীৰ চাই ভাল পাব নালাগে,
যদি সঁচা ভাল পোৱা হয় তেতিয়া হ’লে
সদাই হৃদয় খন চাই ভাল পোৱা হয়।

(১৮২)
কথা লগাই ফুৰা মানুহ বোৰৰ পৰা যিমান পাৰা
দূৰত থাকিবা কাৰন আজি কালি মানুহে আনৰ সুখ দেখিব নোৱাৰে…।

(১৮৩)
কবিয়ে কৈছে Google pay থাকিলে
আপোনাক ভিক্ষাৰী হোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে….।

(১৮৪)
মনত ৰাখিবা
পানীতকৈ চাহৰ মিঠা বেছি,
তথাপি পানীয়েহে পিয়াহ গুচাব পাৰে।
গুনতকৈ ৰূপৰ জিলিকনি বেছি কিন্তু গুনেহে মানুহক মহান কৰে।

(১৮৫)
পাগলৰ দৰে ভাল পাওঁ তোমাক
কেতিয়াবা পাগল বুলি এৰি নাযাবা।

(১৮৬)
জীৱন বাটত আপোন বুলিবলৈ কোনো নাই,
মাথোঁ স্বাৰ্থ পূৰণৰ বাবেহে কিছুমান মানুহ আপোন হোৱাৰ অভিনয় কৰে।

(১৮৭)
“পৃথিৱীত” কেরল সেইজন মানুহেই সুখী যি বুজি পাইছে,
আনৰ পৰা একো আশা কৰি লাভ নাই।

(১৮৮)
বিশ্বাস হ’ল এনেকুৱা এটা শব্দ যিটো পঢ়িবলৈ এক ছেকেণ্ড, ভাবিৱলৈ এক মিনিট,
বুজিবলৈ এদিন আৰু প্ৰমাণ কৰিবলৈ গোটেই জীৱন লাগি যায়।

(১৮৯)
“সপোন” পলাই যায় টোপনি ভাঙি গ’লে,
আৰু মানুহ পলাই যায়,
স্বার্থ শেষ হৈ গ’লে।

(১৯০)
মা আৰু পত্নী
দুইয়ো গৰাকীকেই সদায় সমান চকুৰে চাবা, কাৰণ
এগৰাকীয়ে তোমাক পৃথিৱীলৈ আনিছে আৰু
আন গৰাকীয়ে তোমাৰ কাৰণে সকলো এৰি থৈ আহিছে।

(১৯১)
তুমি তোমাৰ, মা’ৰ কাৰণে জীৱন, দিব পাৰিবা নে..?

(১৯২)
তুমি অকণমান মৰম দিবা মোৰ পৰা অকণমান মৰম লবা দিয়া
লোৱাৰ মাজেৰে আমাৰ সম্পর্কতো অতি সাধাৰন ভাৱেই আগুৱাই নিম দিয়া।

(১৯৩)
যদিও তেওঁ নাই কাষত তথাপিও তেওঁক লৈ দেখা
সপোনবোৰ জীয়াই ৰাখিছোঁ মনৰ মাজত…!!

(১৯৪)
ভাল পাও বুলি কলেই ভাল পোৱা হৈ নাযাই।
সেই ভাল পোৱাক সময় আৰু গুৰুত্ব দিব পাৰিব লাগিব।

(১৯৫)
কেতিয়াও কাৰো অসহায়হা আৰু দুৰ্বলতাক লৈ নাহাহিব,
কাৰণ কোনেও অসহায় বা দুর্বলতাক কিনি লৈ নাহে আৰু
কোনেও নাজানে কাৰ ওচৰলৈ কেতিয়া অসহায়তা দুর্বলতা আহে।

(১৯৬)
কাৰোবাৰ কাৰণে Status দি কি লাভ,
যিয়ে তোমাৰ মনৰ কথাকে বুজি নাপালে,
তেওঁ তোমাৰ দুই তিনি শাৰি Status দেখি কি বুজিব।

(১৯৭)
প্রত্যেকটো সম্পর্ক আপোনজন বা নিজৰ ভুলতেই শেষ হৈ নাযায়
কিছুমান সম্পর্ক ‘মা দেউতাৰ সুখৰ বাবেও নিজৰ সুখবোৰ ত্যাগ কৰিবলগীয়া হয়।

(১৯৮)
কাজিয়া মই তোমাৰ লগতেই কৰিম,
অশান্তিও মই তোমাকেই কৰিম,
অভিনয়ো মই তোমাৰ ওপৰতেই কৰিম,
মৰমো মই তোমাকেই কৰিম,
কাৰণ তোমাক মই বহুত বেছি ভালপাওঁ,
তোমাক এদিন নেদেখিলে থাকিবৰে নোৱাৰোঁ মই জানা।।

(১৯৯)
সপোন আকৌ ৰচিম কিন্তু কাহিনী অকলেই লিখিম ‘না
কাৰোবাক বিশ্বাস কৰিম না ভালপোৱা গঢ়িম…

(২০০)
জীৱনটো বৰ Complicated আপোনাৰ সকলো
প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ মানসিক চাপ নিদিব, কাৰণ
যেতিয়া আপুনি উত্তৰটো পায়, তেতিয়া জীৱনে প্ৰশ্নবোৰ সলনি কৰে !

Related Searches: Assamese Sad Love Quotes, Assamese Sad Love Status, Sad Love Assamese Status, Love Sad Status In Assamese,

Leave a comment