বন্ধু-বান্ধৱী সকল আজি আমি এই আর্টিকেলটোৰ জৰিয়তে কেইটামান Breakup Shayari Assamese ত লিখিম, আশা কৰোঁ আপোনালোকৰ এই সমুহ Breakup Shayari ভাল লাগিব। যদি আমাৰ এই Breakup Shayari Assamese ভাল লাগে তেনেহলে এই লেখাটো শ্বেয়াৰ কৰিব।
(১)
এজন পুৰুষ তেতিয়াই ভাগ্যৱাণ যেতিয়া…
যেতিয়া তেওঁৰ বিশ্বাস কৰিব পৰা এগৰাকী সৎ নাৰী থাকে।
(২)
তৰ্কতকৈ নীৰৱতা ভাল।
প্রতিশোধ লোৱাতকৈ বাট সলাই চলা ভাল।
আৰু স্বৰ্থপৰ মানুহৰ লগত দূৰত্ব বজাই ৰাখি
অকলে চলা অনেক গুনে ভাল।
(৩)
নিজৰ ছোৱালীজনীয়ে কাম কৰিব নাজানিলে
“তাই সৰু আছে” আৰু বোৱাৰীয়ে কাম কৰিব
নাজানিলে “ঘৰত মা-দেউতাৰাই একো শিকোৱা নাই নেকি?”
সমাজত এই মনোভাৱ এতিয়াও বহুতৰে আছে নহয়নে?
(৪)
এয়াই আমাৰ সমাজ
চাকৰি নাপালে MA ডিগ্রী প্রাপ্ত ব্যক্তিও মূর্খ,
আৰু চাকৰি যদি পায় মেট্রিক ফেইল কৰা ব্যক্তিও শিক্ষিত আৰু জ্ঞানী।
(৫)
যৌৱনত কাউৰীও সুন্দৰী শাওণত নদীও কুমাৰী,
ক্ষমতা থাকিলে মিছা কথাও বাণী শক্তি
আৰু টকা থাকিলে মূর্খও জ্ঞানী।
(৬)
আগতে মানুহে মিছা কবলৈ ভয় কৰিছিল পাপ হ’ব বুলি,
এতিয়াৰ মানুহে সঁচা কবলৈ ভয় কৰে বিপদত পৰিব বুলি।
(৭)
পিতৃৰ ধমক খোৱা সন্তান,
গুৰুৰ ধমক খোৱা শিষ্য,
আৰু সোণাৰীৰ দ্বাৰা পিটন খোৱা
সোণ অলংকাৰ হৈ ওলায় আছে।
(৮)
সম্পৰ্কবোৰ চৰাইৰ দৰে
জোৰকৈ ধৰিবা মৰি যাব
লাহেকৈ ধৰিবা উৰি যাব
মৰমত ধৰিবা সদায় থাকিব।
(৯)
নিজৰ যিমানেই কষ্ট নহওঁক কিয়,
আনক কষ্ট দিব নোৱাৰোঁ।
(১০)
কঠিন সময়ত আপোনাক পৰীক্ষা কৰিবলৈ
আহে ধ্বংস কৰিবলৈ নহয়।
(১১)
মানুহৰ অন্তৰ খনেই হৈছে আটাইতকৈ ডাঙৰ কিতাপ,
যাৰ পৃষ্ঠাবোৰত যিমানেই প্ৰশ্নৰ সৃষ্টি নহওঁক কিয়
উত্তৰটো কেৱল প্রশ্নবোধক হৈয়ে ৰৈ যায় !
(১২)
সৰু হৈ থাকোতেই সময়বোৰ বহুত ভাল আছিল;
কাৰণ তেতিয়া স্বার্থ, লোভ, হিংসা মানে কি বুজাই নাছিলোঁ !
(১৩)
স্বাৰ্থৰ বাবে আপোন হ’ব
নালাগে কি’বা লাগিলে চিধা ক’ব লাগে
দিব পাৰিলে দিম, নোৱাৰিলে নিদিও মিছাতে
আপোনাৰ হোৱাৰ অভিনয় কৰি সময় নষ্ট কৰি
আঘাত দিব নালাগে…।
(১৪)
কিছুমান শিক্ষা কিতাপে কেতিয়াও দিব নোৱাৰে
যিবোৰ কেৱল জীৱনেহে দিব পাৰে,
সেইয়াও সঠিক সময়ত ।
সেয়ে কেতিয়াবা কিছুমান কথা সময়ৰ
ওপৰতো এৰি দিব লাগে !
(১৫)
ঈশ্বৰৰ পৰা কিবা বিচাৰিব লগা হ’লে
মা-দেউতাৰ বাবে দীঘল আয়ুস বিচাৰিব,
কাৰণ মা-দেউতাতকৈ মৰম
এই পৃথিৱীত আৰু কোনেও দিব নোৱাৰে।
(১৬)
আপোন সেইজনেই… যিয়ে তোমাৰ অভাৱ,
দুখ-কষ্ট, বেয়া গুণ,
দুৰ্বলতা বোৰ জনাৰ পিছতো তোমাৰ,
লগতে থাকে…।
(১৭)
জীয়াই থকা দিন কেইটা হাঁহি
ধেমালিৰ মাজতেই পাৰ কৰিব লাগে
কাৰণ তুমিও নাজানা মইও নাজানো
এই জীৱনৰ আৰু কিমান দিন বাকি আছে….।
(১৮)
সততা বৰ দামী উপহাৰ,
সস্তীয়া মানুহৰ পৰা এইটো আশা নকৰিবা।
(১৯)
এই যে প্রথম প্রথম বহুত কথা পাতে;
বহুত সময় দিয়ে; এওঁলোকেই শেষত গৈ
বৰ বেয়াকৈ ইগনোেৰ কৰিবলৈ আৰম্ভ কৰে।
(২০)
পৰিস্থিতি যিয়েই নহওঁক কিয়?
ৰৈ যাব বিচৰা জন আপোনাৰ কাষত
গোটেই জীৱনৰ বাবে ৰৈ যাব।
Breakup Shayari Assamese
(২১)
অপ্রিয় হ’লেও সত্য
পুৰুষে চাকৰি পালে বিয়া পতাৰ চিন্তা কৰে,
আৰু নাৰীয়ে চাকৰি পালে স্বামী এৰাৰ চিন্তা কৰে।
(২২)
এজন জ্ঞানী মানুহে কথা কেনেকৈ ক’ব লাগে
ভালদৰে জানে লগতে ক’ত,
কেতিয়া মৌন হৈ থাকিব লাগে,
সেইটো আৰু বেছি ভালদৰে জানে।
(২৩)
কাৰোবাক বেয়াকৈ কোৱাৰ আগতে সদায় এবাৰ ভাবি চাব।
কিয়নো আপোনাৰ এশাৰী কৰ্কশ
মাতে কাৰোবাৰ বুকুত যন্ত্ৰণাৰ বিষ সানিব পাৰে।
(২৪)
যেতিয়া গম পাওঁ যে মোৰ কথাবোৰে কাৰোবাক বিৰক্ত কৰিছে,
তেতিয়া মৌনতা অৱলম্বন কৰাৰ বাহিৰে আন একো উপাই নাথাকে।
(২৫)
চিনাকি মানুহবোৰো হেৰাই যায়
অচিনাকি মানুহৰ ভিৰত দেখিলেও
নেদেখাৰ অভিনয় কৰে
প্ৰয়োজনবোৰ পূৰণ হোৱাৰ পিছত।
Read Also.
> Romantic Shayari Assamese
> Assamese Sad Love Quotes
> Assamese Shayari Love Text
> Assamese Quotes On Time
(২৬)
অভিযোগ নহয় অভিজ্ঞতাৰ পৰা কৈছোঁ,
যিয়ে এবাৰ ঠগাব পাৰে তেওঁ বাৰে বাৰে ঠগাব পাৰে।
(২৭)
মোৰ লগত কথা নপতাকৈ
তুমি যদি সুখত থাকা তেনেহলে
মই নো কোন তোমাক বুজাবলৈ….!
(২৮)
ভুল কৰো যদি শুধৰাই দিবা
কিবা বেচিকৈ কলে গালি পাৰিবা
কিন্তু আধা বাটত এৰি থৈ কেতিয়াও নাজাবা৷
(২৯)
আজিৰ পৃথিৱীত মানুহক বিশ্বাস কৰা
বহুত কঠিন যাক আপুনি বিশ্বাস কৰিব..
তেওঁয়ে আপোনাৰ মন ভাঙি আঁতৰি যাব।
(৩০)
গোটেই শৰীৰ কপি উঠে, যেতিয়া মা’য়ে কয়,
ৰ’হ মই যেতিয়া নাথাকিম তেতিয়াহে গম পাবি…।
(৩১)
টকা আৰু সন্মান একে নহয়,
টকা ভিক্ষা কৰিলেও পোৱা যায়
কিন্তু সন্মান শব্দটো কৰ্ম,
ব্যৱহাৰ আৰু চৰিত্ৰ মাজেৰে পোৱা যায়।
(৩২)
মা’ এটি শব্দ নহয় “মা” হৈছে
এক বুজাৱ নোৱাৰা শিহৰণ !
প্ৰতিটো সুখ দুখত ক্ষণত আমাক মৰম দিব পৰা
সেইজনেই “মা””””।
(৩৩)
মই না তোমাক হেৰুৱাব বিচাৰোঁ..
না তোমাৰ অবিহনে কান্দিব বিচাৰোঁ..
মই গোটেই জীৱন তোমাৰ লগত কটাব বিচাৰোঁ..
পৃথিৱীৰ কোনো শক্তিয়ে তোমাক মোৰ পৰা
আতৰ কৰিব নোৱাৰে, একমাত্ৰ মৃত্যুৰ বাহিৰে..!
(৩৪)
সম্পর্ক…. আজিকালিৰ সম্পৰ্কবোৰৰ এয়াই সচাঁ হয়…
আমি যাক মনত ৰাখি কান্দো,
তেওঁ আৰু আন কাৰোবাক সুখী ৰখাত ব্যস্ত হৈ থাকে….!!
(৩৫)
দিনৰ পোহৰত বেছিকৈ হাঁহি থকা
বোৰেই ৰাতিৰ নিজানত চকুলো বোৱাই।
(৩৬)
এয়া কলি যুগ হয় ৰাইজ ইয়াত দেখিবলৈ
সকলোকে ৰাম যেনেই লাগে !
কিন্তু ভিতৰি ভিতৰিহে সৰহ সংখ্যক লোক ৰাৱন ওলাই।
(৩৭)
আচলতে সুখৰ নিৰাপত্তা পাবলৈ জীৱনত
এখন নিৰাপদ হৃদয়ৰ প্রয়োজন আৰু
এই প্রয়োজন স্বাৰ্থৰ বাবে নহয়
আজীবন একেলগে থকাৰ বাবে।
(৩৮)
খঙত শব্দৰ প্ৰয়োগ এনেদৰে কৰিবা
যাতে যেতিয়া খংটো কমে তেতিয়া নিজৰ
দৃষ্টিত নিজেই লজ্জিত হ’বলগীয়া নহয়।
(৩৯)
মানুহক সুখী হৈ থাকিবলৈ কোটি টকাৰ ধন
সম্পত্তিৰ কোনো প্রয়োজন নাই,
কেৱল লাগে এজন সৎ আৰু বিশ্বাসী জীৱনসংগী।
(৪০)
নিসংগতা কি সেইজনে অনুভৱ কৰে যিজনে
আপোন কোনোবাক হেৰুৱাইছে,
যিজনে বিশ্বাসীজনৰ পৰা বিশ্বাস ঘাটকতা পাইছে
যিজনে মৰম, ভালপোৱা দি অৱহেলা উপহাৰ পাইছে।
(৪১)
কোনে কৈছে ভাল পাবলৈ
এজনে আনজনক দেখিবৈ লাগিব…!
কেতিয়াবা কাৰোবাৰ কথাবোৰ শুনিও ভালপোৱা হৈ যায়।
(৪২)
বহুত সপোন পূৰাবলৈ আছে জীৱনটোত ….
অপেক্ষা মাথোঁ সময়ৰ।।
(৪৩)
“সকলো শেষ হৈ যোৱা যেন লগাৰ পিছতো
আপুনি যদি জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰে
তেন্তে আপোনাক কোনো হৰুৱাব নোৱাৰে।
(৪৪)
এই যে প্রথম প্রথম বহুত কথা পাতে;
বহুত সময় দিয়ে; এওঁলোকেই শেষত গৈ
বৰ বেয়াকৈ ইগনোৰ কৰিবলৈ আৰম্ভ কৰে..।
(৪৫)
“জীৱনৰ সৰু সৰু সুখ আৰু
প্রাপ্তিবোৰেই জীয়াই থকাৰ একমাত্ৰ প্ৰেৰণা,
আশা আৰু সপোনবোৰৰ কি ভৰষা
যি ক্ষণে প্রতিক্ষণে সলনি হৈ থাকে”
(৪৬)
কাৰোবাৰ কাৰণে নিজকে সলনি কৰি নেপেলাব,
যি আপোনাক সঁচাকৈয়ে ভাল পাব
তেওঁ অলপমান কম্প্রমাইজও কৰি ল’ব পাৰিব।
(৪৭)
ভাগ্যতে লিখা থাকে আমি কাক লগ পাম আৰু
কাৰ প্ৰেমত পৰিম সেয়েহে হঠাতে কাৰোবাৰ
প্ৰেমত পৰিবও নোৱাৰি আৰু কাৰোবাক পাহৰি পেলাবও নোৱাৰি।
(৪৮)
অভিমান বা অভিযোগ সেইজনক লৈহে কৰিব
যিজনে আপোনাৰ অভিমান ভাঙিবলৈ সদায় আগ্রহী
(৪৯)
জীৱনৰ প্ৰতিটো খোঁজতেই
মই হাৰিছো নহ’লে হেৰুৱাইছো।
আপোন বুলি কোনো নাই,
ভাল লগাবোৰ সদায়েই হেৰাই যায়।
(৫০)
চিৰদিনৰ বাবে আপুনি কাৰো প্ৰিয় হৈ থাকিব নোৱাৰে
এইটোৱেই বাস্তৱতা। সময়ৰ লগে লগে মানুহৰ ভালপোৱা সলনি হয়,
চিন্তা সলনি হয়, ভালপোৱা মানুহৰ নাম সলনি হয়।
Breakup Shayari Assamese
(৫১)
যিমানেই যত্ন কৰোঁ হাঁহিবোৰ ধৰি ৰাখিবলৈ
জীৱনত জীৱনে তাতকৈ দুগুণ বেছি চকুপানী উপহাৰ দি যায়।
(৫২)
এগৰাকী নিৰ্দিষ্ট মানুহৰ ওচৰত মনৰ কথাবোৰ প্ৰকাশ কৰিব মন যায়,
“যি গৰাকীৰ ওচৰত সমাধান নহ’লেও অন্ততঃ সাহস হৈ থাকে।
(৫৩)
চিনাকি মানুহবোৰো হেৰাই যায়
অচিনাকি মানুহৰ ভিৰত দেখিলেও
নেদেখাৰ অভিনয় কৰে প্ৰয়োজনবোৰ পূৰণ হোৱাৰ পিছত।
(৫৪)
সুখৰ বাবে কাম কৰিলে সুখ নাপাব,
কিন্তু সুখী হৈ কাম কৰিলে নিশ্চয় সুখ পাব !
(৫৫)
যিদিনা তুমি মোক বুজিবা,
যে মোতকৈ বেছি আৰু তোমাক কোনেও ই ভাল পোৱা নাছিল…
সেইদিনা তুমি মোতকৈও বেছি কান্দিবা…।
(৫৬)
মই হেৰাই গলেও কোনো কথা নাই,
কাৰণ মোক বিচৰা মানুহ কোনো নাই,
মই কষ্ট পালেও একো চিন্তা নাই,
কাৰণ মোক বুজি পোৱা মানুহ কোনো নাই।
(৫৭)
বুজি পোৱাজনে হাঁহিৰ আঁৰত থকা
দুখবোৰ নকলেও বুজিব কিন্তু
নুবুজাজনৰ সন্মুখত লাগিলে
তুমি কান্দিয়ে দিয়া তথাপিও নুবুজে।
(৫৮)
মনৰ পৰা দুখত থাকিও.
মুখত এমুঠি হাহিৰে নিশাৰ
গধুৰ দায়িত্ববোৰ কান্ধ পাতিব জনা,
জীৱন যুঁজ খনৰ যুঁজাৰু আমি….!
(৫৯)
শ্রী কৃষ্ণই কয়।
যদি তোমাক কোনোৱাই দুঃখ দিছে,
তেতিয়া বেয়া নামানিবা,
কাৰণ মানুহে সেই গছত হে শিল-গুটি মাৰে,
যিটো গছত বেছি মিঠা ফল থাকে।
(৬০)
সুখবোৰ কম হ’লেও ভগাই ল’ব পাৰিম।
মাথোঁ তোমাৰ অবিহনেহে থাকিব নোৱাৰিম।।
(৬১)
ধনী দুখীয়াৰ লগত কোনো মতলব নাই
ল’ৰাজন সৎ মানেই ছোৱালী জনী সুখী।
(৬২)
এটা বাস্তৱ কথা আচলতে স্বামীতকৈ আপোন কোনো নহয়
এটা নির্দিষ্ট বয়সৰ পাছত মা- দেউতাৰ কাষতো ছোৱালী বোজা হৈ যায়..
কিন্তু স্বামী নামৰ মানুহজনে অপৰিসীম কষ্ট কৰি,
পৰিশ্ৰম কৰি যায় পত্নী আৰু পৰিয়ালক ভালে ৰখাৰ কাৰণে….
(৬৩)
এতিয়া মোৰ বাবে সকলো স্বাভাৱিক…
চিনাকিবোৰ অচিনাকি হৈ পৰাটো,
আপোন বুলি ভবাবোৰ পৰ হৈ পৰাটো,
বিশ্বাসী মানুহবোৰেও অবিশ্বাসীৰ ৰূপ ধৰাটো…।
(৬৪)
অকলে আছিলো বহুত সুখী আছিলোঁ,
তুমি আহি জীয়াই থকাৰ আশাঁ কণো কাঢ়ি লৈ গ’লা !
(৬৫)
সকলোবোৰ অভাৱ পূৰ কৰিব পাৰিলেও
কিছুমান বিশেষ মানুহৰ অভাৱ
পৃথিৱীৰ সমস্ত মানুহেও পূৰ কৰিব নোৱাৰে ।।
(৬৬)
ভালপাওঁ বুলি সহজেই কোনোবাই কাৰোবাক ক’ব পাৰে;
কিন্তু ভালপোৱাবোৰ জীৱনৰ কঠিন সময়ত
সকলোৱে হয়তো ধৰি ৰাখিব নোৱাৰে।
(৬৭)
সময়বোৰ সলনি হৈ গ’লেও মৰম,
ভালপোৱা, বিশ্বাসবোৰ সদায় থাকি যায়।
প্রকৃত প্রেমিক প্রেমিকাৰ অন্তৰত…।
(৬৮)
সময় নালাগে আপোনবোেৰ পৰ হ’বলৈ,
চিনাকীবোৰ অচিনাকী হ’বলৈ,
মাথোঁ সময় লাগে সেই আপোনবোৰক,
চিনাকীবোৰক পাহৰিবলৈ।
(৬৯)
জীৱন এয়াই নেকি য’ত গধুৰ হৈ পৰে বাস্তৱ,
ভাঙি পৰে সপোন, হেৰাই যায় আশা হেঁপাহৰ।
(৭০)
অপ্রিয় হ’লেও সত্য
কিছুমান পুৰুষে ফটো উঠিবৰ বাবে পেটতো লুকুৱাই লয় ।
আৰু কিছুমান নাৰীয়ে ফটো উঠিবৰ বাবে পেটতো ওলিয়াই লয়।
(৭১)
খুব সোনকালে খং উঠা মানুহবোৰ..
বহুত মৰমীয়াল আৰু নিজতকৈ আনৰ বেছি যত্ন লয়।
(৭২)
কি হৈছে নাজানো
আজি কালি কোনো কাৰণ
নোহোৱাকৈ anytime মনটো বেয়া হৈ থাকে।
(৭৩)
চৰিত্ৰ ভাল হ’লে ধুনীয়া নহলেওঁ হয়,
কাৰণ সৌন্দয্যতকৈ চৰিত্ৰৰ গুৰুত্ব বহু বেছি।
(৭৪)
যাক নিজতকৈও বেছি ভাল পাওঁ
তেওঁৱেই মোক বুজি নাপায়,
আনৰ পৰা নো আৰু কি আশা কৰিম ৷
(৭৫)
ছোৱালী এজনীক দিয়া
আটাইতকৈ ধুনীয়া উপহাৰটো হল;
তাইৰ “feelings” বুজি পোৱা আৰু সন্মান কৰা..!
(৭৬)
মানৱ শৰীৰত আটাইতকৈ ধুনীয়া অংগটোৰেই হৈছে মন,
যদি মনটোৱে পৰিস্কাৰ নহয়
তেনেহলে ৰূপৰ সুন্দৰ একো অর্থ নাই
সেই কাৰণে সদাই ভাল হ’ব চেষ্টা কৰিব লাগে।
(৭৭)
জীৱনত সেই ঠাইত উপনিত হোৱা
য’ত মানুহে তোমাক block নহয় search কৰিব।
(৭৮)
মোৰ মাজত কোনো ভাল গুণ নাই
মই গৌৰৱ কৰিলে কিহক লৈ নো কৰিম,
সেইবাবে মোক যোনে যি বুলি ভাবে
মই তাৰ বাবে তেনেকুৱাই।
(৭৯)
১/ মোৰ প্ৰথম শাসনকর্তা = মোৰ মা
২/ মোৰ প্ৰথম চিকিৎসক = মা
৩/ মোৰ প্ৰথম চুম্বনকাৰী = মা
৪/ মোৰ প্ৰথম শিক্ষক = মা
৫/ মোৰ প্ৰথম স্কুল = মাৰ পাকঘৰ
৬/ মোৰ প্ৰথম বিচনা = মাৰ পিঠি
৭/ মোৰ প্ৰথম আশ্ৰয় = মাৰ গৰ্ভ
৮/ মোৰ প্ৰথম ৰেষ্টুৰেণ্ট = মোৰ মাৰ স্তন
৯/ মোৰ প্ৰথম দেখা দৃশ্য = মাৰ মুখ
১০/ মোৰ প্ৰথম ভাষাদাত্ৰী = মোৰ মা
১১/ মোৰ প্ৰথম টয়লেট = মাৰ কোলা।
১২/ মোৰ প্ৰথম আশ্রয় = মোৰ মাৰ গৰ্ভ
(৮০)
ধুনীয়া নহ’ব পাৰোঁ
কিন্তু বেলেগৰ দৰে প্ৰেমৰ অভিনয় কৰিব নাজানো,
যাক যিমানখিনি ভাল পাওঁ।
কেৱল মনৰ পৰাই পাওঁ…।
(৮১)
জীৱনটো আহি এনেকুৱা এখন ঠাই পাইছে
য’ত নেকি নিজৰ দুখবোৰ সহ্য কৰিবও
নোৱাৰো আৰু আনৰ আগত প্ৰকাশ কৰিবও নোৱাৰো।
(৮২)
নিজৰ ঘৰ খন খেৰৰে হওক বা পকীৰে হওক
নিজৰ ঘৰ খনৰ সমান শান্তি কতো পোৱা নাযায়।
(৮৩)
মই ধুনীয়া নহয়; হয়তো সজাই পৰাই কথা ক’ব নাজানো;
কাৰো লগত মিলিও থাকিব নোৱাৰোঁ
তথাপিও কাৰো লগত মোৰ তুলনা পচন্দ নহয়..!!
(৮৪)
সময় আৰু গুৰুত্ব কাৰোবাৰ পৰা জোৰ কৰি নলবা,
যিজনৰ জীৱনত তোমাৰ গুৰুত্ব আছে
তেওঁ তোমাক এই দুয়োটা বস্তু হৃদয়ৰ পৰা সন্মানেৰে দিব।
(৮৫)
যাৰ লগত সদায় কথা পাতা অভ্যাস হৈ যায়
তাৰ লগত যদি কেতিয়াবা কথা পাতা বন্ধ হৈ যায়
তেতিয়া বহুত কষ্ট হয় ৰে।
(৮৬)
সমাজে কি ক’ব কি নক’ব তাত সময় নষ্ট কৰাতকৈ ….
নিজৰ লক্ষ্য পূৰ্ণ কৰা উচিত, কাৰণ,
জীৱনটো সমাজৰ নহয় তোমাৰহে।
(৮৭)
যিজন আঁতৰি গল তেওঁৰ কাৰণে কেতিয়াও নাকান্দিবা
আৰু যি তোমাৰ লগত আছে
তেওঁক কেতিয়াও কান্দিব নিদিবা।
(৮৮)
কাষত কোনো নাই বুলি ম’ন বেয়া কৰিব নালাগে,
কাৰণ এই পৃথিৱীত নিজতকৈ ডাল সংগী কোনোৱে নাই,
সেয়ে বিশ্বাস সদায় নিজৰ ওপৰত ৰাখিব লাগে।
(৮৯)
মই তোমাক বেয়া পোৱা নাই বেয়া মই নিজকে পাইছো…
তোমাৰ যোগ্য হয় নে নহয় নোচোৱাকৈ
মই তোমাক ভাল পাইছিলো…!
Sorry তোমাক ইমান ভালপোৱা বাবে।
(৯০)
ধৈর্য ধৰা !
সকলোৰে সময় চিৰদিন একেই নাথাকে।
আজি তোমাৰ বেয়া দিন চলি আছে,
এদিন তোমাৰো নিশ্চয় ভাল দিন আহিব ॥
মাথোঁ তুমি কৰ্ম কৰি যোৱা।
(৯১)
তুমি লাগিলে সচা কথা কয় হাজাৰ বাৰ কন্দুৱাই দিবা কিন্তু,
মিছা কথা কয় কেতিয়াও মোক সুখী কৰিবলৈ চেষ্টা নকৰিবা ।
(৯২)
সকলোবোৰ অভাৱ পূৰ কৰিব পাৰিলেও কিছুমান বিশেষ
মানুহৰ অভাৱ পৃথিৱীৰ সমস্ত মানুহেও পূৰ কৰিব নোৱাৰে ৷
(৯৩)
যিবোৰ মানুহৰ খং বেছি তেনেকুৱা মানুহৰ হৃদয়খন বহুত কোমল আৰু
মৰমিয়াল হঠাৎ খং উঠিলেই কিবা কিবি ক’লেও মনৰ পৰা
নকয় খং কমিলে সকলো পাহৰি যায়।
(৯৪)
নাপাওঁতে নাপাওঁতে মানুহৰ গ্ৰহণ ক্ষমতা গুচি যায়,,,,
ভালপোৱা পালেও পিছত মানুহে বিশ্বাস কৰিবলৈ ভয় পায়….।
(৯৫)
সকলো বস্তুৰ মূল্য সময়তহে বুজি পোৱা যায় কিয়নো;
বিনামূলীয়াকৈ পোৱা অক্সিজেন হস্পিটেলত কিনিব লগীয়া হয়।
(৯৬)
“সময় সলনি হোৱাটো স্বাভাৱিক,
কিন্তু সময়ৰ লগে লগে বিশ্বাসী মানুহবোৰো যে সলনি হৈ যায়
সেইটোহে আচৰিত লাগে।
(৯৭)
ভাল পোৱা জনক কেতিয়াও শৰীৰ চাই ভাল পাব নালাগে,
যদি সঁচা ভাল পোৱা হয় তেতিয়া হলে
সদাই হৃদয় খন চাই ভাল পোৱা হয়।
(৯৮)
সময় সলনি হোৱাটো স্বাভাৱিক কিন্তু
সময়ৰ লগে লগে বিশ্বাসী মানুহবোৰো যে সলনি হৈ যায়
সেই টোহে আচৰিত লাগে।
(৯৯)
ভুল কৰো যদি শুধৰাই দিবা কিবা বেচিকৈ কলে গালি পাৰিবা
কিন্তু আধা বাটত এৰি থৈ কেতিয়াও নাজাবা৷
(১০০)
মোৰ মনৰ কথা বুজি পোৱা কোনো নাই
কিন্তু মোক ভূল বুজা মানুহৰ অভাৱ নাই..।
(১০১)
দায়িত্ব আছে পালন কৰি আছো,
মনত দুখ আছে তথাপিও হাঁহি আছো।
জীৱন লাগিলে যেনেকুৱাই নহওঁক
মানুহে সুধিলে কওঁ ভালেই আছো।
(১০২)
ছোৱালী হৈ জন্ম লৈছোঁ যেতিয়া দুখ কষ্ট সহ্য সহ্য কৰিবলৈ শিকিব লাগিব,
কাৰণ আমি বিচৰা মতে একোৱেই নহয়,
আনক সুখী কৰিবলৈ নিজৰ সপোনবোৰ মনত সাঁচি,
থব লগা হয়,,,।
(১০৩)
এই ভালপোৱা কিমান দিনৰ বাবে হ’ব মই নাজানো, কিন্তু,
যিমান দিনলৈ আছোঁ কেৱল তোমাৰ হৈ থাকিম ৷৷
(১০৪)
কেতিয়াবা জানি বুজিও ভুল কৰা যায়
আমি জানো যে এইটো কৰা উচিত নহয়
তথাপিও কিন্তু সেইটো কৰোঁ…
হয়তো বাধ্যত পৰি নহ’লে কোনোবা ভালে থাকক বুলি।
(১০৫)
সময় সলনি হৈ গৈছে; বুজিলা..
এতিয়া ছোৱালী নহয় বেকাৰ ল’ৰাবোৰ,
মা-দেউতাৰ ওপৰত বোজা হয়….।
(১০৬)
এজনী ছোৱালীৰ বাবে
জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ বিধ হ’ল
এজন দায়িত্বশীল স্বামী।
(১০৭)
আঁতৰি যোৱাবোৰ যাবলৈ দিয়ক চাওকচোন
আপোনাৰ জীৱনত কি আৰু কোন বৈযায় !
(১০৮)
অপেক্ষা কৰিম মই তোমাৰ বাবে কাৰণ
মই তোমাৰ বাহিৰে আৰু বেলেগ নিবিচাৰোঁ।
(১০৯)
নাজানো কিমান ভাল পাওঁ তোমাক
কিন্তু কি জানা মোৰ হৃদয়ত মাক-দেউতাকৰ পিছত
যদি স্থান দিছো সেইজন কেৱল তুমি।
(১১০)
দূৰে দূৰে থাকিবলৈ ভয় নকৰোঁ কিন্তু প্রত্যেক দিনে
এটাই চিন্তা কৰোঁ যদি তুমি আনৰ হৈ যোৱা মোৰ কি পৰিস্থিতিৰ হ’ব।
(১১১)
সম্পর্ক সেইয়া নহয় যি আনক দেখুওৱা হয়,
সম্পর্ক সেইয়াহে যি হৃদয়েৰে পালন কৰা হয়।
(১১২)
অপেক্ষা কৰিম মই তোমাৰ বাবে কাৰণ
মই তোমাৰ বাহিৰে আৰু মই বেলেগ নিবিচাৰোঁ ।।
আৰু বেলেগ কাকো নলগাও মোৰ জীৱনত
তুমি আছা আৰু সদায় থাকিবা ।।
(১১৩)
জিৱনটো কেতিয়াও সহজ হ’ব
নোৱাৰে ইয়াক সহজ কৰি ল’ব লগিয়া হয়,
কিছু সহজ কৰি আৰু কিছু সহ্য কৰি।
(১১৪)
যি মানুহে আনৰ অনুভূতিবোৰৰ মূল্য দিব
নাজানে সেইজনে কেতিয়াও কাকো সচাঁ ভাল পাব নোৱাৰে।
(১১৫)
কাষত থাকিব বিচৰাজনে আপোনাৰ ভুল বোৰ শুধৰাই ল’ব আৰু
এৰিব বিচৰাজনেটো আপোনাৰ ভুল নাথাকিলেও খুচৰি খুচৰি বিচাৰিব।
(১১৬)
মই তোমাক কেনেকৈ বুজাওঁ যে,
তোমাৰ বাহিৰে আন কাকো ভাল নালাগে।
(১১৭)
তোমাৰ কি হৈছে মই নাজানো কিন্তু
মোৰ প্ৰতি থকা তোমাৰ ভাল পোৱা যে
দিনে দিনে কমি গৈছে সেইটো ভালকৈ এ বুজিছো।
(১১৮)
মোৰ খং উঠিলে তোমাক বহুত কিবা কিবি কৈ দিওঁ…
কিন্তু তোমাক খং কৰি মইয়ো শান্তিত নাথাকো….
যিমান কাজিয়া লাগিলেও তোমাৰ লগত কথা পাতিলে হে মনটোৱে শান্তি পায়…
(১১৯)
প্ৰেম আত্মাৰ লগত হয়, শৰীৰ লগত নহয়,
যিটো শৰীৰ লগত হয় সেইয়া মাথোঁ আকর্ষণ
যি আত্মাৰ লগত হয় সেইয়া হৈছে অমৰ প্ৰেম।
(১২০)
তোমাৰ জীৱনত মোৰ দৰে বহুত মানুহ আহিব পাৰে,
কিন্তু মোৰ জীৱনত তোমাৰ বাদে আন কোনো নাই ।
(১২১)
যিদিনা মই মোৰ গোটেই কাহিনী টো কম
সেই দিনা তুমি ভাবিবলৈ বাধ্য হৈ যাবা
ইমান বিলাক দুঃখ কষ্ট লৈ জিয়াই কেনেকৈ আছে।
(১২২)
কেৱল প্রয়োজনত মোৰ লগত কথা নাপাতিবা
অকলশৰীয়া হ’ব পাৰোঁ কিন্তু পেলনীয়া নহয়।
(১২৩)
যি জনক এতিয়া বাৰে বাৰে অৱহেলা কৰি আছা
এটা সময়ত তেওঁক বিচাৰিলেও নাপাবা
কিয়নো আত্মসন্মান সকলোৰেই আছে।
(১২৪)
প্রিয়জন
ৰাতিপুৱা শুই উঠিয়েই মোবাইলত জিলিকি অহা তোমাৰ নামৰ
সেই মেছেজটোরে মোৰ দিনটোৰ কাৰণে
এক বুজাব নোৱাৰা আনন্দ লৈ আহে ।
(১২৫)
কিমান ভালপাওঁ সেয়া নাজানো,
কিন্তু online আহিলে তুমি Message দিছা
নেকি সেইটোৱেই প্রথমে চাওঁ..!
(১২৬)
মানসিক শান্তি থকা এটা সম্পর্ক বিচাৰো য’ত থাকিব
মাথোঁ সন্মান গুৰুত্ব আৰু স্বার্থহীন ভালপোৱা।
(১২৭)
মানিছো মই তোমাক সৰু সৰু কথাতে খং কৰোঁ।
কিন্তু বিশ্বাস কৰা নিজতকৈও তোমাক বেছি ভালপাওঁ…
(১২৮)
তুমি ভবাৰ দৰে হয়টো হ’বলৈ নোৱাৰিলোঁ।
তুমি বিচৰাৰ দৰে হয়টো দিবলৈ নোৱাৰোঁ।
কিন্তু তোমাক মই সন্মান আৰু শ্ৰদ্ধাৰে সদায়ে মোৰ হৃদয়ৰ মাজত ৰাখি থম।
(১২৯)
কাজিয়া হোৱাৰ পাছত যিয়ে প্ৰথমে সৰু হৈ মাত মাতে নাইবা ফোন,
মেচেজ কৰে তেওঁ নিলাজ নহয়
আচলতে তেওঁৰ বাবে সম্পৰ্কটো বহুত মূল্য আছে
তেওঁ সম্পর্কটো ভাঙি পেলাব নিবিচাৰে!
(১৩০)
আজি কালি মানুহবোৰে ধেমালি কম কৰে কিন্তু
ধেমালিৰ চলে অপমান হে বেছি কৰে।
(১৩১)
ভাল পোৱা যদি সঁচা হয় তেতিয়া কোনেও সেই ভালপোৱাক বাধা দিব
নোৱাৰে কাৰণ মৰমে ধনী, দুখীয়া, ধুনীয়া সেইবোৰ নাচাই।
(১৩২)
জীৱন যুঁজত ভাগৰুৱা অনুভৱ কৰিলে বিশ্রাম লওক কিন্তু
হাৰ মানি নিজক দুর্বল ভাবি নলব কাৰণ ভাল দিনৰ বাবে সময় লাগে…!
(১৩৩)
আজি ভাল পাওঁ, কালি পাহৰি যাম
তেনেকুৱা নহয় মোৰ ভালপোৱা ।।
তোমাক ভাল পাওঁ মানে, মৃত্যুৰ আগ
পর্যন্ত লৈকে ভাল পাই থাকিম ।।
(১৩৪)
মনত হাজাৰ টা দুখ আৰু দুচকুত চকু পানী লৈ
আনৰ সন্মুখত হাহি দেখুৱাই,
আনন্দ মনেৰে থকাটো কিমান কষ্টকৰ সেয়া
আন কোনেও বুজি নাপায় নিজৰ বাহিৰে।
(১৩৫)
মোৰ কাৰো ওপৰত কোনো অভিযোগ নাই….
মই নিজকে মানি লওঁ মই কাৰো যোগ্য নহয় !
(১৩৬)
আনৰ জীৱনলৈ ধুমুহা আহিলে সান্ত্বনা দিবলৈ বৰ সহজ।
কিন্তু, নিজৰ জীৱনলৈ ধুমুহা আহিলে
নিজকে বুজাবলৈ খুবেই কঠিন হৈ পৰে।
(১৩৭)
মানুহৰ বেছি দুঃখ তেতিয়া হয়
যেতিয়া ভুল নকৰিলেও অপমান সহিব লগা হয় …
(১৩৮)
500 গ্ৰাম চেনীৰ দাম যদি 20 টকা হয়,
তেন্তে আধা কেজি চেনীৰ দাম কিমান হ’ব?
(১৩৯)
ভাল লগা বস্তু বোৰ বেছি দিন নাথাকে হয়টো সলনি হৈ যায়,
নহলে হেৰাই যায় নহলে আন কৰোবাৰ হৈ যায়।
(১৪০)
তেজৰ সম্পৰ্ক নহলেও যিবোৰ মানুহক
প্ৰতিটো সুখ দুখৰ সময়তে কাষত পােৱা যায়
সেই মানুহবোৰ সদায় প্রিয়।
(১৪১)
অ মা
সঁচাকৈ তোমাৰ সমান কোনো এই বুজি নাপায়
অ মোক সকলো মিছা তোমাৰ অবিহনে মা ..।
(১৪২)
বেয়া বুলি আতৰি যোৱাজন নহয়
বেয়া বুলি জানিও সদায় কাষত থাকি
ভাল কৰিব চেষ্টা কৰা জনহে প্রকৃত আপোন।
(১৪৩)
কাজিয়া কৰিলে হেনো ভালপোৱা বাঢ়ে,
সেই কাৰণে মই তোমাৰ লগত কথাই প্রতি কাজিয়া কৰোঁ।
(১৪৪)
মোৰ তিনিটা সমস্যা –
মই বেছি ভাবো,
সকলোকে বেছি ভাল পাওঁ,
আৰু সকলোকে বেছি বিশ্বাস কৰো,
(১৪৫)
মোৰ জীৱনতো যদি এনেকুৱা কোনোবা
বিশেষ ব্যক্তি থাকিলহেঁতেন যিয়ে কাষলৈ আহি ক’ব –
তুমি দুখ নকৰিবা তোমাৰ দুখত মোৰৌ দুচকু সেমেকে..!!
(১৪৬)
মনত ৰাখিব, যিজন মানুহ অলপতে সুখী হয়,
তেওঁ সামান্য আঘাত পালেই বহুত কষ্ট পায়।
(১৪৭)
জীৱনত সময় আৰু পৰিস্থিতি সকলো সলনি হব পাৰে
কিন্তু সঁচা বন্ধুত্ব কেতিয়াও সলনি নহয়…!!
(১৪৮)
কেতিয়াও কোনো বস্তুৰ অহংকা কৰা উচিত নহয়,
মনত ৰাখিবা ঈশ্বৰে যিটো দিব জানে সেইটো কাঢ়ি নিবও জানে।
(১৪৯)
কোনে কয় আঘাত অকল অস্ত্ৰৰে দিয়ে বুলি।
কেতিয়াবা কিছুমান সময়ত মানুহৰ মুখেৰে ওলোৱা
শব্দই ও অস্ত্ৰৰ আঘাতকৈও বেছি কষ্ট দিয়ে…..
(১৫০)
যাক এবাৰ চোৱা পাছতো আকৌ চাব মন যায়
সেই জনীয়ে হৈছে মোৰ “মা”।
(১৫১)
আশা এৰি দিছোঁ এতিয়া জীৱনত যি
পাইছোঁ তাকে মানি লৈছোঁ কাৰণ
এয়াই মোৰ ভাগ্য চাগে।
(১৫২)
সকলো শেষ হৈ যোৱা যেন লগাৰ পিছতো আপুন
যদি জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰে,
তেন্তে আপোনাক কোনো হৰুৱাব নোৱাৰে।
(১৫৩)
জীৱনে এটা কথাই শিকালে যে,
মানুহক আপুনি যিমানেই মৰম নকৰক কিয়,
যত্ন নলওঁক কিয়, যিমানেই বিশ্বাস নকৰক কিয়,
আঘাত সেইজনেই দি যায়
যাক আপোন বুলি ভবা যায় !
(১৫৪)
পৃথিৱীত সকলোতকৈ নিষ্ঠুৰ মানুহ সেইসকলেই,
যিয়ে নিজৰ প্ৰয়োজনত কাৰোবাক ব্যৱহাৰ কৰে
আৰু প্ৰয়োজন নোহোৱা হলে আৱর্জনা বুলি ভাবি দলিয়াই দিয়ে…
(১৫৫)
Block কৰিলেই সম্পর্কটো শেষ হৈ নাযায়,
আচলতে মোেৰ ভালপোৱা মোৱাইলৰ নাছিল হৃদয়ৰ হে আছিল !
(১৫৬)
কিছুমান সপোন থাকে যি কেতিয়াওঁ সঁচা নহয়,
কিছুমান আশা থাকে যি কেতিয়াওঁ পূৰণ নহয়,
কিছুমান কথা থাকে যি কেতিয়াওঁ কোৱা নহয়,
আৰু কিছুমান স্মৃতি থাকে যি কেতিয়াওঁ পাহৰিব পৰা নাযায়।
(১৫৭)
ভাল পাও বুলি কলেই ভাল পোৱা হৈ নাযাই।
সেই ভাল পোৱাক সময় আৰু গুৰুত্ব দিব পাৰিব লাগিব,
তেতিয়াহে ভালপোৱা হ’ব।
(১৫৮)
দম আছে যদি দুবাৰ উচ্চাৰণ কৰা,
কলপাত লেৰেলালে লেৰেলাবি নেলেৰেলালে নেলেৰেলাবি।
90% মানুহে নোৱাৰা।
(১৫৯)
টকা থাকিলে সকলো আপোন,
টকা নাথাকিলে তুমি কোন,
সহ্য কৰি থাকিলে তুমি মহান,
উত্তৰ দিলে তুমি বেইমান,
ভূল দেখিও চকু মুদি থাকিলে তুমি বিশ্বাসী,
ভুল দেখি আঙুলিয়াই দিলে তুমি সন্দেহ বাদি।
(১৬০)
জীৱনটো সাগৰৰ দৰে হৈ গ’ল
না সুখ না দুখ অকল চিন্তা আৰু চিন্তা।
(১৬১)
প্রেম সেইয়া নহয় যি এটা ভূলৰ কাৰনে লগ এৰি দিয়ে
প্ৰেম হৈছে সেইয়া যি হাজাৰটা ভুল
শুধৰাই জীৱন ভৰৰ বাবে লগ দিয়েও।
(১৬২)
নদীৰ কষ্ট হয় পানী শুকাই গলে,
গছৰ কষ্ট হয় পাত সৰি গলে,
আৰু মানুহৰ কষ্ট হয় আপোন মানুহে পাহৰি গলে
আৰু বিশ্বাসীজনে বিশ্বাস ভাঙিলে..!
(১৬৩)
প্রতিশোধ লোৱাতকৈ নিৰৱে থকাই ভাল কোনোবাই
আপোনাৰ ক্ষতি কৰিছে কৰিব
দিয়ক কৰ্মৰ ফল তেওঁ এদিন ভুগিব লাগিব।
(১৬৪)
আকাশ খন যিমান ওচৰত যেন লাগে,
আচলতে সিমান ওচৰত নহয় একেদৰে
কিছুমান মানুহক যিমান আপোন বুলি ভবা হয়,
সিমান আপোন নহয়।
(১৬৫)
যিবোৰ মানুহৰ খং বেছি তেনেকুৱা
মানুহৰ হৃদয়খন বহুত কোমল আৰু
মৰমিয়াল হঠাৎ খং উঠিলেই কিবা কিবি ক’লেও
মনৰ পৰা নকয় খং কমিলে সকলো পাহৰি যায়।
(১৬৬)
এই কেইজন মানুহৰ পৰা দূৰত থাকিবা –
যিয়ে বিশ্বাসৰ মূল্য বুজি নাপাই,
যিয়ে মৰমৰ মূল্য বুজি নাপাই,
যিয়ে গুৰুত্ব কি বুজি নাপায়,
যিয়ে শাসন কি বুজি নাপায়,
(১৬৭)
এটা সময় হেৰাই যায় বহু সময়ৰ মাজত,
এটা সম্পর্ক শেষ হয় এটা কথাৰ ভুলত,
এটা মন ভাঙি যায় সৰু অপমানত,
আৰু এটা জীৱন শেষ হয় সামান্য খং-অভিমানত।
(১৬৮)
চৰিত্ৰ যদি বনাব বিচাৰে নিমখৰ দৰে বনাওক,
না কোনোৱে বেছি ব্যৱহাৰ কৰিব পাৰিব,
না কোনোৱে আপোনাৰ অবিহনে থাকিব পাৰিব।
(১৬৯)
পুৰুষৰ সফলতাৰ পিছত নাৰীৰ অৱদান থাকে’
এই কথাটো সম্পূর্ণ শুদ্ধ নহয়
কাৰণ বহু পুৰুষ সফল হোৱাৰ পিছতহে
নাৰীৰ আগমন ঘটে! অধিকাংশ বিফল
পুৰুষৰ জীৱনতে আজি নাৰী নাই !
(১৭০)
তোমাক কিমান ভাল পাওঁ
মই নাজানো কিন্তু মনটো বেয়া
লাগিলে সকলোতকৈ আগত তোমালে মনত পৰে।
(১৭১)
জীৱনৰ ৫টা সত্য
মাতৃতকৈ কোনেও বেছি ভালপাব নোৱাৰে,
দুখীয়াৰ কোনো বন্ধু হ’ব নিবিচাৰে,
সম্মান তেওঁহে পায় যাৰ টকা আছে,
(১৭২)
সম্পকর্ত কোনো ধুনীয়া চেহেৰা,
ধুনীয়া মাত আৰু ধন সম্পত্তিৰ প্ৰয়োজন নহয়।
সম্পর্কত প্রয়োজন সময়, সুন্দৰ মন,
ইজনে ইজনৰ প্ৰতি শ্ৰদ্ধা, আৰু গুৰুত্ব।
(১৭৩)
নিজৰ দুখবোৰ কাৰো আগত প্ৰকাশ কৰিব নালাগে..!
কাৰণ মানুহবোৰে বাহিৰে সান্তনা দি থাকিব আৰু
ভিতৰি ভিতৰি হাঁহি মজা ল’ব…।
(১৭৪)
অপ্রিয় হলেও সঁচা
কুকুৰক তিনি দিন খোৱালে তিনি বছৰ মনত ৰাখে,
কিন্তু মানুহক তিনি বছৰ খোৱালে তিনি দিনত পাহৰি যায়।
(১৭৫)
মানুহৰ প্রিয় হ’বলৈ ভাল আচাৰ-ব্যৱহাৰ বা
মৰম-স্নেহতকৈও আজিৰ যুগত
অর্থনৈতিক যোগ্যতাৰহে প্ৰয়োজন।
যাৰ হাতত টকা নাই,
তেওঁ কোতিয়াও কাৰো প্রিয় নহয়
শুনিবলৈ বেয়া লাগিলেও এইটোৱেই সত্য।
(১৭৬)
ভাল মানুহ হ’বলৈ যে ডাঙৰ ডাঙৰ ডিগ্ৰী ল’ব লাগিব
তেনেকুৱা নহয় ভাল মানুহ হ’বলৈ মা-দেউতাই দিয়া শিক্ষাই যথেষ্ট।
(১৭৭)
সৰুতে কষ্ট পালে চিয়ৰি চিয়ৰি কান্দিছিলো,
যাতে সকলোৱে শুনা পাই।
আজি কালি কষ্ট পালে
গুপনে কান্দু যাতে কোনো শুনা নাপাই ।
(১৭৮)
কথা সঁচা যে লগাত কৈ আপোন বুলি ভৱা
মানুহ বোৰেই এদিন বহুত বেয়া কৈ কষ্ট দিয়ে
আৰু সেই আঘাত বোৰ চিৰদিনৰ বাবেই মনত ৰৈ যায়।
(১৭৯)
স্বাৰ্থপৰ মানুহৰ লগত ‘কেতিয়াও সম্পর্ক নাৰাখিবা,
কাৰণ স্বাৰ্থপৰ মানুহে সম্পৰ্কৰ মূল্য বুজি নাপায়।
তেওঁলোকে কেৱল নিজৰ স্বাৰ্থৰ বাবেহে ভাবে।
(১৮০)
দুখীয়া পৰিয়ালত জন্ম লৈছোঁ কাৰণেই আজি
অভাৱৰ ওচৰত হাৰ মানিব লগা হৈছে,
দুখীয়া ঘৰত জন্ম হ’লে তেতিয়া বুজিবা
এই জীৱনটো, সমাজখন কিমান কঠিন।
(১৮১)
মই হেৰাই গলেও কোনো কথা নাই,
কাৰণ মোক বিচৰা মানুহ কোনো নাই,
মই কষ্ট পালেও একো চিন্তা নাই,
কাৰণ মোক বুজি পোৱা মানুহ কোনো নাই।
(১৮২)
মানুহে কয় ছোৱালীৰ কোনো ঘৰ নাথাকে কিন্তু
সত্য এইটোৱে যে ছোৱালী অবিহনে কোনো
এখন ঘৰ সম্পূৰ্ণ হব নোৱাৰে।
(১৮৩)
আপুনি মোক অহংকাৰী বুলি ভাবিলেও ভাবিব পাৰে,
মোৰ বাবে আত্মসম্মান আপোনাতকৈ বহুগুণে উর্ধত।
(১৮৪)
মই আপোনাক ভাল বা বেয়া বুলি চিন্তা নকৰো যদি
আপুনি মোক সন্মান কৰে মই আপোনাক সন্মান কৰিম।
(১৮৫)
জীৱনত এজন প্ৰকৃত বন্ধুৰ বৰ প্ৰয়োজন।
মন গ’লেই হিয়া উজাৰি কথাবোৰ কৈ যাব পৰাকৈ এজন,
মাত্র এজন আপোন মানুহৰ প্ৰয়োজন।
কিয়নো সঁচা বন্ধুত্বই জীৱনৰ সকলো নিসংগতা দুৰ কৰে৷
(১৮৬)
জীৱনত কৰা সকলোতকৈ ডাঙৰ ভুল টোৱে হৈছে
কাৰোবাক পইচা ধাৰলৈ দিয়া।
(১৮৭)
কেইটামান চিন্তন সত্য কথা
বেছি কথাত – মুখ নষ্ট
বেছি আদৰত – সন্তান নষ্ট
বেছি লোভত – জীৱন নষ্ট
বেছি সন্দেহত – সম্পর্ক নষ্ট
বেছি অহংকাৰত – মানুহ নষ্ট
বেছি নিমখত – তৰকাৰী নষ্ট
(১৮৮)
যিদিনা তুমি মোক বুজিবা,
যে মোতকৈ বেছি আৰু
তোমাক কোনেও ভাল পোৱা নাছিল,
সেইদিনা তুমি মোতকৈও বেছি কান্দিবা…।
(১৮৯)
শপত খাই মিচা কথা ক’লে মানুহজনৰ কেতিয়াওঁ মৃত্যু নহয়..!
মৃত্যু হয় মাথো বিশ্বাসৰ…।
(১৯০)
মানুহৰ শৰীৰত থকা
আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটোৱেই হৈছে হৃদয়,।
গতিকে, হৃদয়খনেই যদি চাফা নহয়
তেন্তে মানুহৰ জিলিকি থকা
ধুনীয়া চেহেৰাটোও একো কামৰ নহয়।
(১৯১)
কেতিয়াবা উপলব্ধি হয়…
জীৱনটোত কিছুমান মানুহৰ লগত
চিনাকি হোৱাটোৱেই ডাঙৰ ভুল আছিল।
(১৯২)
পৃথিৱীৰ সকলোতকৈ ভয়ানক বেমাৰটো হৈছে চিন্তা !
যিটোৱে লাহে লাহে মানুহক মৃত্যু মুখলৈ লৈ যায়।
(১৯৩)
জীৱনৰ প্ৰথম কাপোৰখন আনৰ হাতেৰে পিন্ধিব লগা হয়,
আৰু শেষ কাপোৰখনও আনৰ হাতেৰে পিন্ধিব লগা হয়।
তেনেহলে এই পৃথিৱীত মানুহৰ কিহৰ ইমান অহংকাৰ৷
(১৯৪)
এটা কথা কি জানা পৃথিৱীত তিনিটা বস্তু তুমি বিনা মূল্যত পাবা –
বন্ধুত্ব, সময়, পৰিয়াল কিন্তু তাৰ মূল্য তুমি সেইদিনা বুজিবা যিদিনা হেৰুৱাবা।
(১৯৫)
স্বামীৰ ঘৰত থাকোঁতে সকলোৱে সপোন দেখুৱাব
কিন্তু divorce হলে সকলোৱে কেৱল ভোগ কৰিব বিচাৰিব।
মিনিটৰ দায়িত্ব সকলোৱে লব পাৰে,
কিন্তু চিৰজীৱনৰ দায়িত্ব স্বামীৰ বাহিৰে আন কোনেও লব নোৱাৰে।
(১৯৬)
জীৱনত কাকো সৰু বুলি নাভাবিবা কিয়নো
ভৰিৰ তলৰ ডুবৰি ডালহে পূজাত লাগে ডাঙৰ গছ নহয়।
(১৯৭)
চিন্তাই ৰাতি বেছি দেৰিলৈকে জগাই ৰাখে আৰু
দায়িত্বই ৰাতিপুৱা সোনকালে উঠাই দিয়ে।
(১৯৮)
মানুহৰ সকলো কথা যদি মানি লোৱা তেতিয়া
তুমি সকলোৰে ওচৰত বহুত ভাল হ’বা,
আৰু যদি উচিত কথা কোৱা তেতিয়া সকলো মানুহৰ ওচৰত তুমি বেয়া হ’বা !
(১৯৯)
জীৱনত সুখ দুখ অহাটো বছৰত ঠাণ্ডা গৰম অহাৰ দৰেই
গতিকে ইয়াক সহ্য কৰিবলৈ শিকা উচিত।
(২০০)
টকা থাকিলে ভালপোৱা বন্ধুত্ব, আপোনজন,
প্রিয়জন, সকলোয়ে তোমাৰ খবৰ ল’ব,
টকা নাথাকিলে খবৰ লোৱা তো দূৰৰ কথা
কোনোবাই চিনিও চিনি নোপোৱাৰ ভাও ধৰিব।
(২০১)
মোৰ জীৱনটোত আঘাত দিয়াৰ মানুহ বহুত আছে,
কিন্তু খবৰ লোৱাৰ মতো কোনো মানুহ নাই।
(২০২)
মোৰ হাঁহিটো দেখি ভাবি নলব যে মই সুখী বুলি কাৰণ
হাঁহিলে আপুনি দাত কেইটা দেখা পাই অন্তৰখন নহয়।
(২০৩)
এইখন সমাজত আনৰ ভুল বা
দোষ খুচৰি সমালোচনা কৰা মানুহ বহুত পাব,
কিন্তু আনৰ ভুল দেখিলে শুদ্ধৰাই দিয়া
মানুহ খুব কমহে পাব।
(২০৪)
30 বছৰ বয়সলৈকে বিয়া নোহোৱাকৈ থকাটো লাজৰ কথা নহয়,
কিন্তু 17-18 বছৰ বয়সতে ভুল মানুহৰ লগত বিয়া হৈ
গোটেই জীৱন দুখত কটোৱাটো হে লাজৰ কথা।
(২০৫)
বৰষুণ শেষ হোৱাৰ পাছত যিদৰে মানুহে নিজৰ ছাতিটোও ল’ব
পাহৰি স্বার্থ পূৰণ হ’লে আজিকালি মানুহে আপোন জনকো পাহৰি যায়।
(২০৬)
বৰষুণ যাক তেতিয়া পৰে যেতিয়া আকাশ খনত কলা ডাৱৰে ভৰি পৰে।
আৰু মোৰ চকু পানী তেতিয়া পৰে যেতিয়া তোমাৰ কথা
বোৰে বৰ কৈ হৃদয়ত আঘাত দিয়ে।
(২০৭)
আপোন বুলি সকলোৱে কয়
যেতিয়া প্রয়োজনৰ সময়ত পিছফালে চাও
তেতিয়া নিজৰ ছা টোৰ বাদে আন কাকো কাষত নাপাওঁ।
(২০৮)
পত্নী অসুস্থ হ’লে,
স্বামীয়ে যদি মৰমেৰে অলপ যত্ন লয়,
চাব পত্নী বিনা চিকিৎসাই আধা সুস্থ হৈ উঠে।
(২০৯)
জীৱনত সুখী হবলৈ বহু টকা পইছা নালাগে,
লাগে মাথোঁ আপোনজনৰ মৰম আৰু অকণমান বুজাবুজি।
(২১০)
পাৰ হৈ যোৱা দিনবোৰলৈ কেতিয়াবা বৰকৈ মনত পৰে,
আকৌ যদি ঘুৰি যাব পাৰিলো হেঁতেন !
বহুত হেৰাই যোৱা বস্তু ও ঘুৰাই পালোঁ হেঁতেন ।
(২১১)
জন্ম নিয়ন্ত্ৰণ কৰে ভাগ্যই।
মৃত্যু নিয়ন্ত্ৰণ কৰে সময়ে।
কিন্তু মৃত্যুৰ পিছত আমি কাৰ মনত
কেনেদৰে ৰৈ যাম সেইটো নিয়ন্ত্রণ
কৰে আমাৰ কৰ্মই।
(২১২)
মই তোমাৰ লগত কিমান দিন থাকিব পাৰো নাজানো,
কিন্তু জীৱনৰ শেষ মূহুৰ্তলৈ তোমাৰ লগত থাকিব বিচাৰো।
(২১৩)
নতুনক পালে পুৰণিবোৰৰ প্ৰতি গুৰুত্ব কমি যায় !
সেইয়া লাগিলে কাপোৰে হওঁক বা মানুহ।
(২১৪)
মই তোমাক বিছাৰো তোমাৰ অতীতক নহয়,
মই তোমাৰ ভৱিষ্যত হ’ব খোজো অকল বর্তমানেই নহয়,
তোমাৰ জীৱনত শেষৰ জন হ’ব
বিছাৰো প্ৰথম দ্বিতীয় জন বুলি নহয়।
(২১৫)
যেতিয়া আমি কথা ক’বই নাজানিছিলোঁ
তেতিয়া আমাৰ সকলো মায়েই বুজি পাইছিল,
কিন্তু এতিয়া ডাঙৰ হৈ আমি কওঁ মা’য়ে একো নুবুজে।
(২১৬)
পাৰিলে আপোন কৰি লবা নোৱাৰিলে আগতেই এৰি দিবা।
কিন্তু সপোনবোৰ দেখুৱাই মাজবাটতে এৰি নিদিবা।
(২১৭)
শক্তিশালী তেওঁ নহয়,
যিয়ে চিঞৰি নিজৰ খং প্রকাশ কৰে।
শক্তিশালী সেইজনহে যিয়ে খঙৰ সময়তো
(২১৮)
মানুহৰ প্ৰিয় হ’বলৈ ভাল আচাৰ-ব্যৱহাৰ বা
মৰম-স্নেহতকৈও আজিৰ যুগত অৰ্থনৈতিক
যোগ্যতাৰহে প্ৰয়োজন যাৰ হাতত টকা নাই,
তেওঁ কোতিয়াও কাৰো প্রিয় নহয়
শুনিবলৈ বেয়া লাগিলেও এইটোৱেই সত্য !
(২১৯)
ক্ষীণ ছোৱালীবোৰৰ দেহত শক্তি নহ’ব পাৰে।
মা কচম মুখ খনৰ শক্তি কিন্তু মানিব লাগিব…!!
(২২০)
এতিয়াহে বুজিলো এইখন পৃথিৱীত কোনো কাৰো আপোন নহয়
কিছুমান মানুহৰ মনৰ লগত খেলা খেলিব আহে আৰু
কিছুমানে আহে কাৰোবাক মৃত্যুৰ মুখত পেলাব।
(২২১)
জীৱনটো ইমান সহজ নহয়,
এটা ভাল দিন পোৱাৰ বাবে
এশটা বেয়া দিনৰ সৈতে যুঁজিব লগা হয়।
(২২২)
কেতিয়াবা নিজকে সুধি চাও এনে কি বস্তু বিচাৰি গৈছিলো,
যাৰ বাবে মোৰ এই জীৱনটো ধ্বংস পথত নামি গল
সপোন বোৰ চোন সপোন হৈ ৰল।
(২২৩)
ঈশ্বৰৰ পৰা কিবা বিচাৰিব লগা হ’লে
মা-দেউতাৰ বাবে দীঘল আয়ুস বিচাৰিব,
কাৰণ মা-দেউতাতকৈ মৰম
এই পৃথিৱীত আৰু কোনেও দিব নোৱাৰে।
(২২৪)
যিমান দুখ থাকিলেও মন মাৰি নাথাকিবা সদাই হাঁহি থাকিব শিকা,
কাৰন হাঁহি যে জীৱন ধুনীয়া কৰে আৰু সুখী অনুভৱ কৰাই….।
(২২৫)
কিছুমান সম্পর্ক ভাড়া ঘৰৰ নিচিনা,
আপুনি যিমানেই সজাই লওক কেতিয়াও নিজৰ হ’ব নোৱাৰে।
(২২৬)
আপোনাৰ মতে কম বয়সীয়া বিধৱা মহিলা
এগৰাকীক স্বামীক অকালতে হেৰুৱালে দ্বিতীয়বাৰ বিয়া হোৱাৰ
অধিকাৰ দিব লাগে নে নালাগে ?
(২২৭)
ভগৱান শ্রী কৃষ্ণই কৈছিল,
যদি কাৰোবাৰ স্মৃতিয়ে তোমাক বাৰে বাৰে আমনি কৰি থাকে
তেন্তে বুজি লোৱা আজিও তেওঁৰ হৃদয়ত তোমাৰ স্থান আছে।
(২২৮)
সাপলৈ ভয় নালাগিলেও,
বিশেষ কিছুমান মানুহক দেখিলে সাপতকৈও
বেছি বিষাক্ত যেন লাগে।
(২২৯)
মুখৰ কথাৰে বহুতে আপোন বুলিয়ে কয়,
কিন্তু সময়ত হে বুজা যায় কোন আপোন আৰু কোন পৰ।
(২৩০)
সুখী হ’বলৈ দামী গাড়ী, ওখ আট্টালিকা আৰু
কোটি টকাৰ প্ৰয়োজন নাই,
এজনে আনজনক সচাঁ ভালপোৱা,
বিশ্বাস আৰু সম্মান দিবলৈ পাৰিলে যথেষ্ট।
(২৩১)
সময়ৰ সোতৰ লগত এদিন সকলো বোৰ হেৰাই যায়।
হেৰাই যায় সেই শৈশবৰ বন্ধু,
হেৰাই যায় সেই স্কুলৰ বন্ধু,
হেৰাই যায় নিজৰ জন্ম দিয়া মা-দেউতা,
আৰু এদিনটো নিজেও হেৰাই যাব লাগে এই পৃথিৱীৰ পৰাই।
(২৩২)
মুখ খুলি অভিশাপ দিয়াৰ প্রয়োজন নাই,
মনত দিয়া আঘাতৰ প্ৰতিফল
এটা সময়ত তেওঁ নিজেই ভুগিব লাগিব।
মুখ খুলি অভিশাপ দিয়াৰ প্রয়োজন নাই,
মনত দিয়া আঘাতৰ প্ৰতিফল
এটা সময়ত তেওঁ নিজেই ভুগিব লাগিব।
(২৩৩)
দম আছে যদি কোৱা…
কি বস্তু লৰাৰ সৰু কিন্তু ছোৱালীৰ ডাঙৰ ?
(২৩৪)
ছোৱালী বিয়া দিয়া পিছত কিছুমান লৰা ঘৰৰ মানুহে যৌতুক বিচাৰে।
মই ভাবো যে তেওঁলোক আচলতে ভিক্ষাৰী৷
(২৩৫)
মানুহ সেইখন যুদ্ধত হাৰি যায়
যিখন যুদ্ধত নিজৰ আপোনবোৰেই শত্রু হয়।
(২৩৬)
জীৱন যুঁজত ভাগৰুৱা অনুভৱ কৰিলে
বিশ্রাম লওক কিন্তু হাৰ মানি নিজক দুর্বল ভাবি নলব কাৰণ
ভাল দিনৰ বাবে সময় লাগে…!
(২৩৭)
তেল যুক্ত খাদ্য আৰু তেলমৰা কথা
দুয়োটাই সোৱাদ আৰু মিঠা,
কিন্তু প্ৰথমটো শৰীৰৰ বাবে অপকাৰী আৰু
দ্বিতীয়টোৱে সমাজৰ বাবে অপকাৰী।
(২৩৮)
সকলোবোৰ অভাৱ পূৰ কৰিব পাৰিলেও,
কিছুমান বিশেষ মানুহৰ অভাব পৃথিৱীৰ সমস্ত মানুহেও পূৰ কৰিব নোৱাৰে।
(২৩৯)
ভালপাঁও বুলি ক’লে ভালপোৱা হৈ নাযায়,
ভালপোৱাৰ দায়িত্ববোধ আৰু মূল্যবোধ নুবুজা মানুহে ভালপোৱাৰ
আৱেগ বুজিব কেতিয়াও নোৱাৰে…।
(২৪০)
সম্পৰ্কবোৰ বিশ্বাসৰ লগত জড়িত হব লাগে,
সৌন্দৰ্য্যৰ লগত নহয় কাৰণ সৌন্দৰ্য্য শেষ হৈ যায়
কিন্তু বিশ্বাসবোৰ চিৰদিনলৈ থাকি যায় ।
(২৪১)
মানুহৰ অভাৱ হৈছে ক্ষন্তেকীয়া,
আজি আছে কালি নাথাকিব পাৰে।
কিন্তু মানুহৰ স্বভাৱ হৈছে অলংকাৰ,
স্বভাৱ ভাল হলে ভাল নাম পায়
আৰু স্বভাৱ বেয়া হলে বদনাম পায়।
স্বভাৱ চিৰস্থায়ী ইয়াক সহজে মচিব নোৱাৰে।
(২৪২)
সেইজনেই প্রকৃত সাহসী,
যিজনে নিজৰ ব্যৰ্থতাৰ কথা
অকপটে স্বীকাৰ কৰিব পাৰে,
আৰু সেই ব্যৰ্থতাৰ শিক্ষাৰে সফলতাৰ
পথত বাট বুলিব পাৰে।
(২৪৩)
যেতিয়া মই বুজি পালো যে
সমস্যাটো যিয়েই সৃষ্টি নকৰক কিয়,
সমাধানটো ময়েই কৰিব লাগিব,
তেতিয়াই মই অনুভৱ কৰিলোঁ-
‘মই দায়িত্বশীল হৈছোঁ’
(২৪৪)
স্বাৰ্থৰ বজাৰ খনত মানুহৰ ভিৰ বেছি হোৱা
বা বেই বিশ্বাসৰ বজাৰ খনৰ কোনো মূল্য নাইকিয়া হৈ পৰিল !
(২৪৫)
“আপুনি মোক অহংকাৰী বুলি ভাবিলেও ভাবিব পাৰে,
মোৰ বাবে আত্মসম্মান আপোনাতকৈ বহুগুণে উর্ধত।
(২৪৬)
যিয়ে তোমাক বুজিব বিচাৰিব,
যিয়ে তোমাক জানিব বিচাৰিব,
যিয়ে সঁচাকৈয়ে লগত থাকিব খুজিব,
তেওঁ আঁতৰি কেতিয়াও নাযায়…।
(২৪৭)
যদি আপোনাৰ ধৈৰ্য আৰু সঠিক চিন্তা কৰিব পৰা ক্ষমতা আছে,
তেনেহ’লে জীৱন যুঁজত নিশ্চয় জয়ী হ’ব।
(২৪৮)
যি মানুহে আনৰ অনুভূতিবোৰৰ মূল্য দিব
নাজানে সেইজনে কেতিয়াও কাকো সঁচা ভাল পাব নোৱাৰে।
(২৪৯)
যিমান দুখ থাকিলেও মন মাৰি নাথাকিবা সদাই হাঁহি থাকিব শিকা,
কাৰন হাঁহি যে জীৱন ধুনীয়া কৰে আৰু সুখী অনুভৱ কৰাই….।
(২৫০)
কিছুমান সম্পর্ক ভাড়া ঘৰৰ নিচিনা,
আপুনি যিমানেই সজাই লওক কেতিয়াও নিজৰ হ’ব নোৱাৰে।
(২৫১)
আপোনাৰ মতে কম বয়সীয়া বিধৱা মহিলা এগৰাকীক স্বামীক
অকালতে হেৰুৱালে দ্বিতীয়বাৰ বিয়া হোৱাৰ
অধিকাৰ দিব লাগে নে নালাগে ?
(২৫২)
ভগৱান শ্রী কৃষ্ণই কৈছিল,
যদি কাৰোবাৰ স্মৃতিয়ে তোমাক বাৰে বাৰে আমনি কৰি থাকে
তেন্তে বুজি লোৱা আজিও তেওঁৰ হৃদয়ত তোমাৰ স্থান আছে।
(২৫৩)
সাপলৈ ভয় নালাগিলেও, বিশেষ কিছুমান
মানুহক দেখিলে সাপতকৈও বেছি বিষাক্ত যেন লাগে।
(২৫৪)
মুখৰ কথাৰে বহুতে আপোন বুলিয়ে কয়,
কিন্তু সময়ত হে বুজা যায় কোন আপোন আৰু কোন পৰ।
(২৫৫)
সুখী হ’বলৈ দামী গাড়ী,
ওখ আট্টালিকা আৰু কোটি টকাৰ প্ৰয়োজন নাই,
এজনে আনজনক সচাঁ ভালপোৱা,
বিশ্বাস আৰু সম্মান দিবলৈ পাৰিলে যথেষ্ট।
(২৫৬)
সময়ৰ সোতৰ লগত এদিন সকলো বোৰ হেৰাই যায়।
হেৰাই যায় সেই শৈশবৰ বন্ধু,
হেৰাই যায় সেই স্কুলৰ বন্ধু,
হেৰাই যায় নিজৰ জন্ম দিয়া মা-দেউতা,
আৰু এদিনটো নিজেও হেৰাই যাব লাগে এই পৃথিৱীৰ পৰাই।
(২৫৭)
মুখ খুলি অভিশাপ দিয়াৰ প্রয়োজন নাই,
মনত দিয়া আঘাতৰ প্ৰতিফল
এটা সময়ত তেওঁ নিজেই ভুগিব লাগিব।
(২৫৮)
সম্পৰ্কবোৰ চৰাইৰ দৰে
জোৰকৈ ধৰিবা মৰি যাব
লাহেকৈ ধৰিবা উৰি যাব
মৰমত ধৰিবা সদায় থাকিব,,
(২৬৯)
পাৰিলে আপোন কৰি ল’বা নোৱাৰিলে
আগতেই এৰি দিবা কিন্তু,
সপোনবোৰ দেখুৱাই মাজপথতে এৰি নিদিবা।
(২৬০)
আন্ধাৰ দেখি আঁতৰি যোৱা জন
কেতিয়াও আপোন হ’ব নোৱাৰে।
আন্ধাৰত পোহৰৰ বাট দেখুৱাই দিয়া
জনহে আমাৰ প্ৰকৃত আপোন।
(২৬১)
এই পৃথিৱীত
ভাল মানুহবোৰেই আটাইতকৈ বেছি কষ্ট পায়
কাৰণ তেওঁলোকে সকলোকে ঠগিব নোৱাৰে !
(২৬২)
জীৱনৰ সৰু সৰু সুখ আৰু
প্রাপ্তিবোৰেই জীয়াই থকাৰ একমাত্ৰ প্ৰেৰণা,
আশা আৰু সপোনবোৰৰ কি ভৰষা যি
ক্ষণে প্রতিক্ষণে সলনি হৈ থাকে।
(২৬৩)
মানুহ হে কয় টকা থাকিলে হে ভাল পোৱা হয়
কিন্তু সঁচা মনেৰে ভাল পাবলৈ হ’লে
টকা নালাগে লাগে বিশ্বাস..!
(২৬৪)
কৰিলেই কিবা এটা কিনি ল’ব
পৰাকৈ ধনী নহ’ব পাৰো,
কিন্তু ইমানো দুখীয়া নহয় যে,
নিজেই বিক্রী হৈ যাম।
(২৬৫)
একমত হ’লে শ্বেয়াৰ কৰিব
তিনিটা বস্তু কেতিয়াও ঘূৰি নাহেঃ
সময়- কথা – সুযোগ।
তিনিটা বস্তু কেতিয়াও হেৰাই যাব নিদিবাঃ
শান্তি- আশা – সততা।
তিনিটা বস্তুৰ নিশ্চয় পতন হয়:
অহংকাৰ – অসত্য – হিংসা।
তিনিটা বস্তু বহুত মূল্যৱান:
ভালপোৱা – আত্মবিশ্বাস – বন্ধুত্ব।
(২৬৬)
ভৰিত লগা আঘাত বোৰে সাৱধানে খোজ কাঢ়িবলৈ শিকায়,
আৰু মনত লগা আঘাত বোৰে শক্তিশালী আৰু
বুদ্ধিমান হৈ জীয়াই থাকিবলৈ শিকায়।
(২৬৭)
কিছুমান মানুহে আমাক খুব ভাল শিক্ষা দি যায়
যেনে – ধৰি লওক কাকো সহজে বিশ্বাস নকৰিব ।
কাকো বেছি ভাল নাপাব কাৰো বেছি ওচৰ চাপি নাযাব।
(২৬৮)
দেউতাৰ সম্পত্তি থকাটো আৱশ্যক নহয়…!
দেউতা থকাটো হে সকলোতকৈ ডাঙৰ সম্পত্তি।
(২৬৯)
মানুহ হোৱাটো যথেষ্ট নহয়..!
মানুহৰ ভিতৰত মানৱীয়তা থকাটোহে আৱশ্যক।
(২৭০)
সৰু সৰু সুখ বোৰত যিজনে সুখী থাকিব পাৰে
তেওঁ য়ে জীৱনৰ আচল সুখী ব্যক্তি !
(২৭১)
অভাৱ তথা দৰিদ্ৰতাক হিচাপ কৰি সম্পৰ্ক নগঢ়িব।
স্বভাৱ চাই গঢ়ক কাৰণ অভাৱ এদিন দূৰ হব,
কিন্তু বেয়া স্বভাৱ দূৰ নহয়।।
(২৭২)
মানুহৰ নিজৰ কি আছে…?
জন্ম আনে দিছে,
নাম আনে ৰাখিলে,
শিক্ষা আনে দিলে,
সংস্থাপন আনে দিলে,
শ্মশানত আনে লৈ যাব,
তেনেহলে মানুহৰ কিহৰ ইমান অহংকাৰ।
(২৭৩)
নিজেই নিজৰ লগত ব্যস্ত হৈ পৰক,
চাব আপোনাক পাহৰি যোৱা মানুহ বোৰক
এদিন আপোনিও পাহৰিব পাৰিব।
(২৭৪)
কিছুমান মানুহে আনৰ বিপদ হ’লে
“পাপৰ ফল” আৰু নিজৰ বিপদ হ’লে
“সৃষ্টিকৰ্তাৰ পৰীক্ষা” বুলি ভাৱে।
(২৭৫)
মানুহৰ উন্নতি আৰু ধ্বংসৰ আৰত প্রায়
আপোন মানুহবোৰে থাকে।
(২৭৬)
অপ্রিয় সত্য
বর্তমান সময়ত টকা-পইচা থাকিলে
সমাজে মূর্খকো জ্ঞানী সজায়।
(২৭৭)
সকলোতকৈ ভৰষা কৰা মানুহজনেই শেষত বিশ্বাসঘাটকতা কৰে,
আজিৰ কথা নহয়, সেই মহাভাৰতৰ দিনৰে কথা।
(২৭৮)
নিজৰ ব্যস্ততা মাজত কেতিয়াবা সময় পালে
ভাবিবাচোন মোৰ কথা….
অলপ সময় ৰৈ তোমাৰ পৰা অলপ মৰমৰ বাহিৰে আন
একোৱেটো বিছৰা নাছিলো।
(২৭৯)
বিশ্বাস আছে হ’লেও তোক বেলেগৰ লগত সহ্য নকৰোঁ
এইয়া সন্দেহ নহয় তোক হেৰুৱাৰ ভয়।
(২৮০)
মা আৰু পত্নী
দুইয়ো গৰাকীকেই সদায় সমান চকুৰে চাবা,
কাৰণ এগৰাকীয়ে তোমাক পৃথিৱীলৈ আনিছে আৰু
আন গৰাকীয়ে তোমাৰ কাৰণে সকলো এৰি থৈ আহিছে।
(২৮১)
সন্মান থাকিলে সম্পৰ্ক বোৰ সুখৰ হয় আৰু
বিশ্বাস থাকিলে সম্পৰ্ক বোৰ জীয়াই থাকে।
(২৮২)
মোক হিংক্ষা কৰা মানুহক মই বহুত ভাল পাওঁ,
কাৰণ সিহতি নিজতকৈ মোৰ কথা বেছি চিন্তা কৰে !
(২৮৩)
বহুত বেছি দুখ হ’লে চকুৰে দুটোপাল চকুপানী উলিয়াবা,
তথাপি স্বাৰ্থপৰ মানুহৰ আগত মনৰ দুখৰ কথা নকবা।
(২৮৪)
সুখে মানুহৰ জীৱনত অহংকাৰ পৰীক্ষা কৰে,
আৰু দুখে মানুহৰ জীৱনত ধৈয্যৰ পৰীক্ষা কৰে।
(২৮৫)
সম্পৰ্কবোৰ বিশ্বাসৰ লগত জড়িত হ’ব লাগে
সৌন্দৰ্য্যৰ লগত নহয় কাৰণ সৌন্দৰ্য্য শেষ হৈ যায়
কিন্তু বিশ্বাসবোৰ চিৰদিনলৈ থাকি যায়।
(২৮৬)
কিছুমানে সুখ বিচাৰি কান্দে,
কিছুমানে দুখৰ বুকুত কান্দে,
আচৰিত এই জীৱনৰ পৰিক্ৰমা,
কিছুমানে বিশ্বাসৰ কাৰণে কান্দে,
আৰু কিছুমানে বিশ্বাস কৰি কান্দে!
(২৮৭)
অকল ল’ৰাক নহয় বয়স হোৱাৰ লগে লগে
বহুত ছোৱালীকো কর্ম সংস্থাপনৰ চিন্তাই খুলি খুলি খায়।
(২৮৮)
জীৱনত 3টা কথা সদায় মানি চলিব !
1/ বেছি আনন্দত কাকো কথা নিদিব,
2/ খং উঠাৰ সময়ত কাকো উত্তৰ নিদিব,
3/ দুখৰ সময়ত কোনো সিদ্ধান্ত নল’বা,
(২৮৯)
দেউতাকৰ টকাৰে দামী গাড়ী লৈ ঘূৰি ফুৰা লৰাবোৰত কৈ,
সৰু সৰু কাম কৰি ঘৰখন চলাই,
চাইকেল চলোৱা লৰাবোৰক বেছি সন্মান কৰোঁ।
(২৯০)
মনে মনে থাকো বুলিয়েই নাভাবিবা যে মই দুর্বল…!
যুক্তি ময়ো দিব জানো,
কিন্তু আবুজনক বুজাই কি লাভ।
(২৯১)
মনত ৰাখিব নিজৰ ভুল কেতিয়াও দেখা নোপোৱা
মানুহক কোনেও সলনি কৰিব নোৱাৰে।
(২৯২)
মানুহৰ অভিনয় বৰ ভয়ানক মায়া
ভৰা মুখ খন দেখিলে বুজিয়ে নাপায়,
যে তাতো বিশ্বাসঘাটকতা আছে।
(২৯৩)
তুমি কাৰোবাৰ প্ৰতি যিমানেই উদাৰ নোহোৱা কিয়
অথবা তেওঁৰ কাৰণে বহুত কিবাকিবিও ত্যাগ কৰিছা
তথাপি যদি তেওঁ সন্তুষ্ট নহয়, বুজিবা তেওঁ অকৃতজ্ঞ,
খাই পাত ফলা বিধৰ মানুহ।
(২৯৪)
সৰু বুলি কাকো অৱহেলা নকৰিবা।
তুমি সৰু বুলি উলাই কৰা বস্তু
এটাই তোমাক কেতিয়াবা বিৰাট সত্যৰ সন্ধান দিব পাৰে।
(২৯৫)
কিছুমান এনেকুৱা মানুহো আছে
যিয়ে আপোনাক ভাল নাপায়
কিন্তু আপোনাক হেৰুৱাবলৈও ভয় বহুত…
(২৯৬)
স্বার্থ শেষ হ’লে অজুহাত উলিয়াই সম্পর্ক শেষ কৰিব
চেষ্টা কৰা মানুহৰ বাবে এতিয়া আনকো বিশ্বাস কৰিব টান হয়।
(২৯৭)
বহুত টকা উপার্জন কৰিব লাগিব,
বহু সপোন বিক্রী হৈছে,
সকলো কিনিব লাগিব।
(২৯৮)
শত্রু সফল তেতিয়া হয়
যেতিয়া কোনোবা শত্রু বন্ধুৰ ৰূপ লৈ
আমাৰ জীৱনলৈ আহে।
(২৯৯)
প্রতিশ্রুতি দিয়া সহজ কিন্তু প্রতিশ্রুতিবোৰ পালন কৰাটো বৰ কঠিন,
সকলো মানুহৰ বাবে হয়তো সেয়া সম্ভৱ নহয়।
(৩০০)
ভাল পাবলৈ কোনোবা বিশেষ নালাগে,
যাক ভালপোৱা যায় তেওঁ এনেও বিশেষ।
আনৰ সুখৰ বাবে নিজৰ সপোন ত্যাগ কৰাটো ভুল,
এটা সময়ত না সপোন থাকে না মানুহজন ৰই যায় মাথো পশ্চাতাপ।
(৩০১)
যিদিনা বুজিব পাৰিব,
মাত্র ১০ টকা উপাৰ্জন কৰিব কিমান কষ্ট হয়
সেইদিনাৰ পৰা বেলেগৰ পেছা দেখি আপোনাৰ হাঁহি নুঠিব।
(৩০২)
ভাল পাও বুলি কলেই ভাল পোৱা হৈ নাযাই।
সেই ভাল পোৱাক সময় আৰু গুৰুত্ব দিব পাৰিব লাগিব,
তেতিয়াহে ভালপোৱা হ’ব।
(৩০৩)
ধনী মানুহৰ গুৰুত্বহীন অতিথি হোৱাতকৈ দুখীয়া
মানুহৰ প্ৰধান অতিথি হোৱা অধিক মূল্যবান।
(৩০৪)
মৃত্যু আৰু ভালপোৱা
এই দুইটা নজনাকৈ আহে,
এটাই মন কাঢ়ি নিয়ে।
আনটোৱে জীৱন কাঢ়ি নিয়ে।
(৩০৫)
মৃত্যু আৰু ভালপোৱা
এই দুইটা নজনাকৈ আহে,
এটাই মন কাঢ়ি নিয়ে।
আনটোৱে জীৱন কাঢ়ি নিয়ে।
(৩০৬)
এশ যোগ্য ব্যক্তি মৃত্যু হলে যিমান ক্ষতি হয়
তাতোকৈও বেছি ক্ষতি হয়
এজন অযোগ্য ব্যক্তি ক্ষমতাত থাকিলে।
(৩০৭)
এজন পুৰুষ বা মহিলাৰ বংশ –
পৰিচয় জনাৰ একমাত্র উপায়টো হ’ল
কাজিয়াৰ সময়ত দেখুওৱা আচৰণখিনি।
Related Searches: Breakup Shayari Assamese, Breakup Assamese Shayari, Assamese Breakup Shayari, Assamese Shayari,
1 thought on “300+ Breakup Shayari Assamese”