কিমান বছৰত কি জয়ন্তী ?

breakingpoint.in

কোনো বিশেষ ব্যক্তি বা অনুষ্ঠান বা কিবা এটা প্ৰতিষ্ঠাৰ সময়সীমাৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন চহৰত জয়ন্তী উদযাপন কৰা হয়। প্ৰাচীন ৰোমান সভ্যতাৰ পৰাই ইয়াৰ প্ৰৱৰ্তন। আজি স্বাধীনতা, ৰাজ অভিষেক, ব্যক্তি, ভাষা, অনুষ্ঠান, যুদ্ধ বিজয়, আৱিষ্কাৰ, ক্ৰীড়া আদি প্ৰায় প্ৰতিটো ক্ষেত্ৰতে জয়ন্তী উদযাপনৰ প্ৰাদুৰ্ভাৱ লক্ষ্যণীয়।

এই জয়ন্তী উদযাপন এতিয়া অনানুষ্ঠানিক নহয়, প্ৰায় প্ৰতিখন দেশতে ই নিজস্ব ধৰণেৰে সম্পূৰ্ণ আনুষ্ঠানিক হৈ পৰিছে। আজিকালি জয়ন্তী কেৱল উদযাপন কৰাই নহয় বছৰ অনুযায়ী নামো ৰখা হয়।

কিমান বছৰত কি জয়ন্তী ?

১/ ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ নাম: ৰূপালী জয়ন্তী

২/ ৫০ বছৰীয়া জয়ন্তীৰ নাম: সোণালী জয়ন্তী।

৩/ ৬০ বছৰীয়া জয়ন্তীৰ নাম: হীৰা জয়ন্তী।

৪/ ৭৫ বছৰীয়া জয়ন্তীৰ নাম: প্লেটিনাম জয়ন্তী।

৫/ ১০০ বছৰীয়া জয়ন্তীক কোৱা হয়: শতবাৰ্ষিকী জয়ন্তী।

৬/ ১৫০ বছৰীয়া জয়ন্তীক কোৱা হয়: Sesquicentennial

৭/ ২০০ বছৰীয়া জয়ন্তীক কোৱা হয়: দ্বিশতবাৰ্ষিকী


আৰু পঢ়ক – মহাদেৱৰ মন্ত্ৰ PDF Download

1 thought on “কিমান বছৰত কি জয়ন্তী ?”

Leave a comment