100+ Assamese Line For Love 2024

breakingpoint.in

Assamese Line For Love

প্ৰেম এক প্ৰকাৰৰ আৱেগ যিয়ে মানুহক অসম্ভৱ কাম কৰিবলৈ বাধ্য কৰায়। ( Assamese Line For Love ) প্ৰেম আছে বাবে সুখ আছে, প্ৰেম আছে বাবে দুখ আছে। গতিকে সুখ আৰু দুখ থকাৰ বাবেই মানুহৰ জীৱন ইমান বৈচিত্ৰময়। ( Assamese Line For Love ) প্ৰেমৰ অৰ্থ বুজিবলৈ আমি বিখ্যাত মানুহৰ প্ৰেমৰ উক্তি বা প্ৰেমৰ শব্দ পঢ়িব লাগিব। আমি আজিৰ প্ৰতিবেদনত আপোনালোকৰ বাবে এজাক প্ৰেমৰ উক্তি প্ৰস্তুত কৰিছো। আশা কৰোঁ এই Assamese Line For Love আপোনালোকৰ ভাল লাগিব –

১/
জীৱনত য়েনে কোৱা পৰিছতিতি
নহওক কিয় মোৰ এটাই ইচ্ছা আছে
তুমি মোৰকাহত থাকিৱা
বছৰবোৰ যিমানেই পাৰ নহওক কিয়
আমাৰ বন্ধুত্ব ভাঙি নাযায়..!!

২/
তোমাৰ লগত সাধুকথাৰ অন্ত হোৱাটো
মই নিবিচাৰো। মই তোমাৰ ভয়ৰ
সন্মুখীনত সহায় কৰিবলৈ আৰু তোমাৰ
বিফলতা অতিক্ৰম কৰাত সহায় কৰিবলৈ তাত
থাকিব বিচাৰো। মই তোমাক সেই ধৰণৰ
প্ৰেম দিব বিচাৰো যিটো বিকৃত আৰু ৰচনা
কৰা নহয়, সপোনত নহয় বাস্তৱ
থাকিব বিচাৰোঁ ।

৩/
মই তোমাৰ প্ৰেমত পৰা নাছিলো। মই
তোমাৰ লগত প্ৰেমত খোজ দিলোঁ, চকু
মেলি, বাটত প্ৰতিটো খোজ দিবলৈ বাছি
লৈছো। মই ভাগ্য আৰু ভাগ্যত বিশ্বাস কৰোঁ,
কিন্তু মই এইটোও বিশ্বাস কৰোঁ যে আমি
যিকোনো প্ৰকাৰে বাছি লোৱা কামবোৰহে
কৰাটোৱেই ভাগ্যত থাকে ।

৪/
বেছি আগ্ৰহ দেখুৱালে মানুহে
সস্তা বুলি ভাবে !
প্ৰমাণ মই নিজেই! একোনহয়,
জীৱনটো’ ধুনীয়া!’

৫/
মই বিষ খোৱা নাই মানুহৰ কথাত
বিষৰ সোৱাদ পাইছোঁ।মই এজন
বৰ সস্তীয়া মানুহ, কাৰোবাৰ জীৱনত
ইমান গুৰুত্বপূৰ্ণ নহয়! মই
নোহোৱা হ’লেও, চলে!’

৬/
আন মানুহক হাঁহি আৰু অপমান
কৰা মানুহৰ পৰা নিজকে
আঁতৰাই ৰাখক! এনে মানুহৰ লগত
থকাতকৈ অকলে
থকাটো হাজাৰগুণ ভাল!!

৭/
কোনোবা নিৰ্দিষ্ট মানুহৰ
মৰমত আবদ্ধ হৈ পৰিলে
পৃথিৱীৰ আন কাকো
ভাল নালাগে!

৮/
তেওঁ পৃথিৱীৰ আটাইতকৈ অসহায়
যিয়ে নিজৰ খং, লাজ, যন্ত্ৰণা
কাকো দেখুৱাব নোৱাৰে,
অকণমান কান্দিব নোৱাৰে!
চকুৰ পানী লুকুৱাই হাঁহি থাকে ।

৯/
কোমল হৃদয়ৰ মানুহবোৰক
আঘাত নিদিব। অত্যধিক
চিন্তাৰ বাবে
ৰাতি শুব নোৱাৰে।

১০/
পৃথিৱীৰ সকলো কথা
পাহৰি যোৱাটো সম্ভৱ,
কিন্তু কাৰোবাৰ অহংকাৰ
আৰু প্ৰতাৰণা পাহৰি
যোৱাটো সম্ভৱ নহয়।

১১/
কেতিয়াবা আমি জানো যে সন্মুখৰ
মানুহজনে মিছা কথা কৈছে, অভিনয়
কৰিছে, কিন্তু আমি মনে মনে
থাকিবলৈ বাধ্য হওঁ, হয়তো ভদ্ৰতাৰ
ভাবে বা ভালপোৱাৰ কাৰণে।

১২/
তুমি যেতিয়া হাঁহিবা তোমাৰ লগত
গোটেই পৃথিৱীখনে হাঁহে।
কিন্তু তুমি যেতিয়া কান্দিবা তোমাৰ
লগত আন কোনোৱে নাকান্দিব ।
তুমি অকলে কান্দিব লাগিব।

Assamese Line For Love

১৩/
নিজৰ মান সন্মান ত্যাগ কৰি
মানুহৰ লগত সম্পৰ্ক ৰাখি লাভ নাই।
য’ত সন্মান নাই তাৰ পৰা
নিজকে আঁতৰাই ৰখাটোই ভাল।

১৪/
মোৰ জীৱনত তুমি নামি অহাৰ
কামনা কৰিলোঁ,মই আইনাখনলৈ চাওঁ
আৰু তুমি দেখা দিয়াতুমি সন্মুখত
আছা তোমাৰ ফালে চাই মোৰ
এই জীৱনটো পাৰ হ’বলৈ দিয়া।

১৫/
মোৰ জীৱনত তুমি নামি অহাৰ
কামনা কৰিলোঁ,মই আইনাখনলৈ
চাওঁ আৰু তুমি দেখা দিয়াতুমি
সন্মুখত আছা তোমাৰ ফালে চাই মোৰ
এই জীৱনটো পাৰ হ’বলৈ দিয়া।

লগতে চাওক – বেদৰ বাণী

১৬/
কোনে তোমাক থৈ গুচি গ’ল,
কোনে অৱহেলা কৰিলে,
কোনে তোমাক বদনাম কৰিলে,
এইবোৰ এৰাই চলক আৰু
শক্তিশালী হওক!

১৭/
এই সৰু সৰু কথাবোৰে
মানুহৰ পৰা সকলো
সুখ কাৰি লৈ যায়!

১৮/
আনৰ কথা নুশুনি নিজৰ
দৰে জীয়াই থাকিবলৈ শিকক,
দেখিব যে জীৱনৰ আধা
সমস্যা নাইকিয়া হৈ যাৱ।

১৯/
তুমি মোক পাহৰি যোৱাটো ডাঙৰ
কথা নহয়, প্ৰয়োজন সেহত
মানুহে সৃষ্টিকৰ্তাক পাহৰি যায়
আৰু মই সাধাৰণ এটা মানুহ!

২০/
যিজনে সঁচাকৈয়ে ভাল পায়
তেওঁ কেতিয়াও তোমাক
এৰি থৈ নাযায়।

২১/
প্ৰেম কৰিবলৈ যদি ভয় নকৰা তেন্তে প্ৰেমৰ বাবে
পৃথিৱীখনৰ সতে যুঁজিবলৈয়ো সাহস
থাকিব লাগিব।

২২/
এজন প্ৰকৃত প্ৰেমিকে প্ৰেমিকাৰ উপাধিটোৰ বাহিৰে
তাইৰ মাজত একো সলনি হোৱাটো নিবিচাৰে ।

২৩/
সঁচা ভালপোৱা সেইয়াহে যেতিয়া দুয়োজনৰে
মাজত ইজনে সিজনক হেৰুৱাৰ ভয় থাকে ।

২৪/
সম্পৰ্কবোৰ হৃদয়ৰ পৰা গঢ়িব লাগে শব্দৰে নহয়,
অভিমানবৰ শব্দৰে হ’ব লাঘৱ হৃদয়ৰ পৰা নহয় ।

২৫/
এটাই কথাই জানো যদি তুমি মোক আপোন বুলি ভাবা তেন্তে
তোমাৰ হাজাৰ ব্যস্ততাৰ মাজতো মোৰ বাবে অলপ
হলেও সময় উলিয়াবাই ।

২৬/
চিৰদিনলৈ ৰাখি থোৱা না তোমাৰ কাষত,
কোনোবাই সুধিলে কৈ দিবা তোমাৰ
হৃদয়খনৰ ভাড়াতীয়া বুলি ।

২৭/
তোমাক বিশ্বাস কৰাতো মোৰ কৰ্তব্য
আৰু সেই বিশ্বাস ধৰি ৰখাটো তোমাৰ দায়িত্ব ।

২৮/
ভালপোৱাই কিছুমান মানুহৰ জীৱনটোক আগুৱাই নিয়ে
আৰু কিছুমানৰ জীৱন ধ্বংস কৰি দিয়ে ।

Assamese Line For Love

২৯/
প্ৰিয়জনৰ ভাল গুণবোৰক বাদ দি যদি বেয়া,
গুণবোৰক খুচৰি থকা হয় তেতিয়া
এটা ভাল সম্পৰ্ক দুৰ্বল হৈ যায় ।

৩০/
শাৰদী কোমল জোনাক মায়াৰে মন উতলা কৰে,
জুৰিটিৰ পাৰত কঁহুৱা ফুলিলে, মন উতলা কৰে ।

৩১/
অভিমানবোৰ ইজনে সিজনৰ ভাঙিব পৰা
নামেই হল প্ৰকৃত ভালপোৱা ।

Assamese Line For Love

৩২/
বহুতো কব নোৱাৰা কথাবোৰো প্ৰকাশ কৰা যায়
প্ৰেম ভালপোৱা বোৰে আৰম্ভ হয় এটা Emoji পৰাই ।

৩৩/
কাৰোবাক ভালপোৱা মানে বিবাহ নহয়,
ভালপোৱা মানে এজনে আনজনৰ প্ৰতি
থকা মৰম আৰু বিশ্বাস ।

৩৪/
শাসন তেওঁহে কৰা যায় যাক বহুত
বেছি অন্তৰৰ পৰা ভালপোৱা হয় ।

৩৫/
জীৱনত সেই দুজন ব্যক্তিক নাপাহৰিবা যিয়েই তোমাৰ
সুখৰ বাবে নিজৰ আশা ত্যাগ কৰিলে ।

৩৬/
কাৰোবাক ভালপাওঁ বুলি কবলৈ সময় নালাগে কিন্তু
সেই ভালপোৱা জীয়াই ৰাখিবলৈ গোটেই জীৱনটো লাগে ।

৩৭/
শৰীৰ চুব পৰাটো নহয়,
হৃদয় চুব পৰাটোহে প্ৰকৃত প্ৰেম ।

৩৮/
মৃত্যৰ বাবে বহুতো ৰাস্তা আছে,
কিন্তু জন্মৰ বাবে এটাই ৰাস্তা “মা” ।

৩৯/
যদি মই জ্বলি থকা জুইকুৰাই তোমাৰ জীৱনটো
পোহৰাব পাৰে, তেন্তে তেনেকুৱা হাজাৰকুৰা
জুইত জ্বলিবলৈ মই প্ৰস্তুত ।

৪০/
উশাস হৈ সোমাইছিলা শৰীৰত অজানিতে,
তেজ হৈ বিয়পি পৰিলা লাহে লাহে ।

৪১/
হাজাৰ হাজাৰ লাইকতকৈ তোমাৰ
এটি Love React অতি মূল্যৱান ।

৪২/
তুমি মোৰ First Love নাছিলা, কিন্তু
মই কথা দিলোঁ তুমিয়ে মোৰ Last Love থাকিবা ।

৪৩/
সুখত নহয়, মই দুখতেই সুখী, সুখবোৰ তেওঁকে দিয়া
ভগৱান যাক মই নিজতকৈও বেছি ভালপাওঁ ।

৪৪/
এবাৰ মোৰ মনৰ কিতাপখন খুলি চোৱা,
প্ৰথমৰ পৰা শেষ পৃষ্ঠলৈকে মাথো তোমাৰ
আৰু মোৰ প্ৰেমৰ স্মৃতিবোৰেই পাবা ।

৪৫/
তোমাৰ Message আহিলে মাথোঁ মোৰ মোবাইল Vibrate নহয়,
মোৰ হৃদয়খনো Vibrate হয় ।

৪৬/
সম্পৰ্কত প্ৰতিশ্ৰুতিতকৈ বিশ্বাসৰ গুৰুত্ব বহুত বেছি

৪৭/
মোৰ HEARTBEAT বঢ়াবৰ বাবে
তোমাৰ নামটোৱেই যথেষ্ট ।

৪৮/
মগজুৱে কৰা সম্পৰ্ক বজাৰতেই শেষ হয়,
হৃদয়ৰ পৰা কৰা সম্পৰ্ক,শ্মশানলৈকে লগত থাকে ।

৪৯/
ভালপোৱাৰ গুৰুত্ব অভিমানত নাই, বিশ্বাসত আছে ।

৫০/
জীৱনত বেছি একো নিবিচাৰোঁ, মাথোঁ, এনেকুৱা
এজন বিচাৰোঁ, যি জনে মাথোঁ মোক ভালপাব
আৰু বহুত care লব ।

৫১/
প্ৰকৃত ভালপোৱাৰ পূৰ্ণতা
ত্যাগৰ অবিহনে সম্ভৱ নহয় ।

৫২/
তাক যাব নিদিবা, যি তোমাৰ হাজাৰ অৱহেলাৰ
পাছতে তোমাকেই ভাল পাই থাকে ।

৫৩/
জীৱনৰ বাবে যেনেকৈ নিশ্বাসৰ প্ৰয়োজন,
ঠিক তেনেকৈ সম্পৰ্কৰ বাবেও বিশ্বাসৰ খুবেই প্ৰয়োজন ।

৫৪/
সম্পৰ্কৰ নাম যিয়েই নহওঁক, সকলো সময়ত
তোমাৰ কাষত থকাটোহে আচল কথা ।

৫৫/
তোমাৰ সুখৰ বাবে যি তোমাৰ পৰা আঁতৰি থাকিবলৈও
কুণ্ঠাবোধ নকৰে, বিশ্বাস কৰা,তেওঁতকৈ ভাল
আৰু কোনেও তোমাক পাব নোৱাৰে ।

৫৬/
সঁচাকৈ তেতিয়া মই বহুত সুখী হৈছিলোঁ,
যেতিয়া তাই কৈছিল OPTION বহুত আছে
কিন্তু DECISION মাথো তুমিয়েই ।

৫৭/
তোমাক ভালপোৱাৰ দায়িত্ব মোৰ আৰু
মোৰ অভিমান ভঙাৰ দায়িত্ব তোমাৰ ।

৫৮/
প্ৰকৃত ভালপোৱাত আৱেগ আৰু
বিবেক দুয়োটাই সমানেই প্ৰয়োজনীয় ।

৫৯/
সেইজন মানুহ বহুত SPECIAL হয় ।
যি নিজে ভাঙি যোৱাৰ পিছতো
আনক সুখ দিবলৈ নেৰে ।

৬০/
পৃথিৱীখনৰ কাৰণে তুমি এজন সাধাৰণ মানৱ ।
কিন্তু এটা কথা মনত ৰাখিব তাৰে মাজৰ
এজনৰ কাৰণে তুমি সমস্ত পৃথিৱী ।

৬১/
অপেক্ষা তেওঁ কৰে যি মনৰ পৰা ভাল পায় ।

৬২/
জীৱনত সুখী হবলৈ মোক বিশেষ একো নালাগে,
মা দেউতাক সুখেৰে ৰাখিবলৈ হাতত এটা সৰু চাকৰি
আৰু সদায় সাহস দিবলৈ কাষত তুমি ।

৬৩/
টোপনিৰ ওপৰত নো কি অভিমান কৰিবা ?
কাৰণ দোষী আচলতে সেই চেহেৰাটোহে
যি মোক শুবলে নিদিয়ে ।

৬৪/
যদি কাৰোবাক ভালপাইছা ভালপোৱা এনেকৈ দিয়া
যাতে তেওঁ তোমাক প্ৰৱঞ্চনা কৰিবলৈও
এশবাৰ ভাবিব লগা হয় ।

৬৫/
যিমানেই JIO নাথাকক কিয় ? AIRCEL ৰ
সেই ৯টকাৰ SMS PACK ৰে আৰম্ভ হোৱা
প্ৰেমৰ অনুভূতি বিলাকেই বেলেগ আছিল ।

৬৬/
সুখৰ মানুহ বিচাৰি তুমি তোমাৰ সুন্দৰ জীৱনত
নষ্ট নকৰিবা কাৰণ এই পৃথিৱীত সুন্দৰ মানুহৰ অভাৱ নাই
কিন্তু সুন্দৰ মনৰ মানুহৰ বহুত অভাৱ ।

৬৭/
সকলোতকৈ সুখী ব্যক্তি সেইজন যাৰ
প্রিয় জনে তাক বুজি পায় ।

৬৮/
কাৰোবাক দিব পৰা আটাইতকৈ মূল্যৱান উপহাৰ হৈছে
আপোনাৰ সময় আৰু গুৰুত্ব ।

৬৯/
মই অকলশৰীয়া কিয় হম , ১০ মাহ ১০ দিন গৰ্ভধাৰণ কৰি
মোক জন্ম দিয়া “মা” এতিয়াও মোৰ কাষত আছে |

৭০/
দামী দামী উপহাৰৰ টোপোলা নালাগে মোক সাহস যদি আছে,
শিৰত আঁকি দিবা সেন্দুৰৰ ৰঙা বোল ।

৭১/
ফেচবুকত ৰিলেচনশ্বিপ দিয়া প্ৰেমিকা নালাগে মোক,
“ঘৰত নিদিলে পলাই গুচি যাম” বুলি কোৱা এগৰাকীহে লাগে ।

৭২/
ভালপোৱা কোনো যন্ত্ৰণা নহয়, ভালপোৱা কোনো যৌনতা নহয়,
ভালপোৱা হল দুই আত্মাৰ মহামিলন ।

৭৩/
হাজাৰটা ভুলৰ পাছতো বাৰে বাৰে আমি সেইজন মানুহকেই ক্ষমা কৰি দিওঁ,
যাক আমি কোনো ক্ষেত্ৰতে হেৰুৱাব নিবিচাৰোঁ ।

৭৪/
অনুভূতিবোৰ আগৰ দৰেই আছে তুমি সলনি হৈ গলা,
সেইবাবেই হয়তো অনুভূতিবোৰৰ মূল্য নাইকিয়া হৈ পৰিল ।

৭৫/
ভুল এটা কৰিলে গালি পাৰি দিয়া একো বেয়া নাপায়,
কথা পতা বন্ধ কৰি নিদিবা বহুত কষ্ট পায় ।

৭৬/
দুখীয়া হলে সকলোৱেৰে আগত সৰু হৈ চলিব লাগিব – এইয়াই বাস্তৱ ।

৭৭/
প্ৰেম, কেতিয়াও সন্দেহ হব নোৱাৰে,
সন্দেহ তো তুমি মোক বা মই তোমাক কৰোঁ ।

৭৮/
প্ৰেম হোৱাৰ কাৰণটো ধৰিব নোৱাৰাৰ বাবেই চাগে আজি,
বিচ্ছেদৰ কাৰণ মই বুজিব নোৱাৰিলোঁ ।

৭৯/
তোমাক বিচাৰিলেও নাপাওঁ বুলি জানোঁ তথাপিও
তোমাৰ হোৱাৰ সপোন দেখো, কিয় জানানে?
কাৰণ হৃদয়খন যে তোমাক দি পুনৰ ঘূৰাই লব নিশিকিলো ।

৮০/
আৰু অলপো অভিযোগ নাই মোৰ তোমাৰ ওপৰত,
কি লাভ আছে কোৱা অভিযোগ কৰি,
যত মোৰ অভিমানৰেই অকণো মূল্য নাই ।

৮১/
তোমাক পোৱাৰ কথা নাছিল কেতিয়াও,
সেইবুলিয়েই কিন্তু হেৰুৱাৰ কথাওটো নাছিল ।

৮২/
সময়ে বান্ধি দিয়া মৰমৰ সম্পৰ্কবোৰ সময়েই ছিগি ভাগি থৈ গুচি যায় ।

৮৩/
কাৰোবাৰ অবিহনে সুখী হব নোৱাৰো বুলি জনাৰ পাছতো
অকলশৰে সুখী হবলৈ কৰা ব্যৰ্থ প্ৰচেষ্টাই হল মোৰ জীৱন ।

৮৪/
প্ৰয়োজন শেষ হল বুলিয়েই মোক পাহৰি নাযাবা,
দীঘলীয়া জীৱনত পুনৰবাৰ মোৰ প্ৰয়োজন হবও পাৰে ।

৮৫/
যেতিয়া নিথৰ হব মোৰ শৰীৰ, তেতিয়া হয়তো তুমি কান্দিবা,
দুখ লাগে এইকাৰণেই যে তোমাৰ চকুলো মচি দিবলৈ
মই তোমাৰ উচৰত নাথাকিম ।

৮৬/
ধনী মানুহে বুজি নাপায় দুখীয়াৰ চিঞৰ,
সেইবাবেইটো ভোকাতুৰ লৰা/ছোৱালীৰ কাতৰ অনুৰোধৰ
পাছতো বন্ধ হৈ যায় গাড়ীৰ দুৱাৰ ।

৮৭/
আপোনাক অৱহেলা কৰাজন কোনোদিনেই আপোনাৰ আপোন নাছিল,
তেওঁ মাত্ৰ মিছা অভিনয় কৰিছিল আপোন হোৱাৰ ।

৮৮/
কি যে অদ্ভূত তাই, হৃদয়খন কাঢ়ি নিলে আৰু কৈছে, তুমি সুখী হোৱা ।

৮৯/
অকলশৰীয়া তেওঁ নহয়, যাৰ প্ৰেমিক অথবা প্ৰেমিকা নাই,
অকলশৰীয়া তেওঁহে যাৰ মা-দেউতা নাই ।

৯০/
নিজৰ প্ৰয়োজনত আপোন বুলি ভাবাজনে অপ্ৰয়োজনত
আপোনাক অচিনাকি বুলি কবলৈও কুণ্ঠাবোধ নকৰে ।

৯১/
মই হৰি গলোঁ আজি তোমাৰ ওচৰত, কাৰণ,
তোমাৰ মৰম ভালপোৱা কিনিবলৈ
সিমান ধন-সোণ, সা-সম্পত্তি মোৰ নাই ।

৯২/
অৰ্থহীন প্ৰেমক লৈ জীয়াই থকাতকৈ
সপোনৰ জগতত জীয়াই থকাই ভাল ।

৯৩/
প্ৰায় প্ৰতিজনৰে মোবাইলত এনেকুৱা এটা নম্বৰ থাকে ,
যিটো Delete কৰিবলৈ মন নাযায় আৰু
যিটোত ফোন কৰাৰো অধিকাৰ হেৰাই যায় ।

৯৪
বন্ধুত্বৰ পিছত ভালপোৱা, বহু সুন্দৰ হয় ।
কিন্তু ভালপোৱা হেৰাই যোৱাৰ পিছত বন্ধুত্ব কৰাটো অসম্ভৱ ।

৯৫/
আনৰ দুখ সিহঁতে বুজিব শিকে যিয়ে নিজৰ দুখৰ চকুলো লুকাই হাঁহিব শিকে ।

৯৬/
অতীতৰ ভূলৰ বাবে এতিয়া নাকান্দিবা,
কাৰণ সেই চকুপানীয়ে তোমাক বৰ্তমানৰ সৌন্দৰ্য্য
দেখা নোপোৱা কৰি তুলিছে।

৯৭/
যেতিয়া প্ৰতি টোপাল
চকুলোৱে উকা কাগজ তিয়াই পেলাব,
সঁচা প্ৰেমৰ পবিত্ৰতাই নতুন কবিতা ৰচিব।

৯৮/
আনৰ সুখৰ কাৰণ হওক
কিন্তু অংশীদাৰ নহ’ব,
আনৰ দুখৰ অংশীদাৰ হওক,
কিন্তু কেতিয়াও কাৰণ নহব।

৯৯/
যিমানেই সুখী হোৱাৰ অভিনয় কৰি ৰাতি
নির্জনতাত নীৰৱে কান্দে সেইজনে ভালপোৱাৰ
অভিনয় কৰি কাকো কষ্ট দিব নোৱাৰে।
কাৰণ তেওঁ জানে কষ্ট কি।

১০০/
শাৰীৰিক চাহিদা পূৰাবলৈ মানুহৰ অভাৱ নাই,
কিন্তু এটা পবিত্ৰ সম্পৰ্ক জীয়াই ৰাখিবলৈ
যোগ্য মানুহৰ বৰ অভাৱ এই পৃথিৱীত।

Related Searce: Assamese Line For Love, Love Line In Assamese, Assamese Love line, Love Status In Assamese, Assamese Love Quotes, Assamese Love Status, Assamese Love Line, Line Love Assamese,

2 thoughts on “100+ Assamese Line For Love 2024”

Leave a comment