ছোৱালীবোৰৰ এনে কি বস্তু নাথাকিলে নহয় বিয়া ?

breakingpoint.in

পঢ়া-শুনা সম্পূৰ্ণ কৰি এটা স্বনামধন্য সংস্থাত চাকৰি পোৱাটো প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ সপোন। কিন্তু তাৰ বাবে তেওঁ চাকৰিৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাটো প্ৰয়োজন। ইয়াৰ বাবে তেওঁলোকে বিশেষভাৱে প্ৰস্তুতি চলাব লাগিব। পৰীক্ষাত উত্তীৰ্ণৰ হোৱাৰ পিছত সাক্ষাৎকাৰৰ বাবে মাতিলে প্ৰাৰ্থীসকলৰ বুদ্ধিমত্তা পৰীক্ষা কৰিবলৈ কিছু প্ৰশ্ন সোধা হয়, যাৰ বাবে বহু লোক অস্থিৰ হৈ পৰে। প্ৰশ্নবোৰ কঠিন যেন লাগিলেও কিন্তু প্ৰায় উত্তৰবোৰ প্ৰশ্নবোৰৰ ভিতৰতে নিহিত হৈ থাকে। এতিয়া এই প্ৰশ্নবোৰৰ কিছুমানৰ উত্তৰৰ সৈতে এখন তালিকা চাওঁ আহক…

১) প্ৰশ্ন : ভাৰতবৰ্ষৰ কোনখন ৰাজ্যক ‘সাগৰৰ উপহাৰ’ বুলি কোৱা হয় কওক?

উত্তৰঃ কেৰালা ৰাজ্যক।

২) প্ৰশ্ন : পশ্চিম বংগ ৰাজ্য কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰঃ ১৯৪৭ চনত, বিভাজনৰ সময়ছোৱাত।

৩) প্ৰশ্ন :পশ্চিম বংগৰ আটাইতকৈ সৰু চুবুৰীয়া দেশ কোনখন?

উত্তৰ : ভূটান দেশ।

৪) প্ৰশ্ন : হীৰা বা সোণৰ ওজন জুখিবলৈ কোনটো একক ব্যৱহাৰ কৰা হয়?

উত্তৰ : কেৰেট।

লগতে চাওক – স্বামী-স্ত্ৰীয়ে এই কামটো ৰাতি কৰিব লাগে, তেনেহলে সম্পৰ্ক কেতিয়াও ভাঙি নাযায়

৫) প্ৰশ্ন : ছোৱালীৰ বিয়া কি নাথাকিলে নহয় ?

উত্তৰঃ ছোৱালীৰ বিয়া হোৱাৰ ইচ্ছা নাথাকিলে বিয়া নহয়। (আচলতে এনে প্ৰশ্ন সোধাৰ উদ্দেশ্য হৈছে প্ৰাৰ্থীসকলক বিভ্ৰান্ত কৰা)

৬) প্ৰশ্ন : সৌৰজগতৰ আটাইতকৈ ঠাণ্ডা গ্ৰহটোৰ নাম কি বাৰু?

উত্তৰ : ইউৰেনাছ গ্ৰহ(-২২৪ ডিগ্ৰী চেলছিয়াছ)।

৭) প্ৰশ্ন : জাপানৰ মহাকাশ গৱেষণা কেন্দ্ৰটোৰ নাম কি?

উত্তৰঃ JAXA (জাপান মহাকাশ অন্বেষণ সংস্থা)।

৮) প্ৰশ্ন : ২০২৩ চনৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ বৰ্তমানৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী কোন?

উত্তৰঃ অন্ধ্ৰ প্ৰদেশৰ জগমোহন ৰেড্ডী।

৯) প্ৰশ্ন : ভাৰতৰ প্ৰথমটো অৰ্ধ-উচ্চবেগী আঞ্চলিক ৰেল সেৱাৰ নাম কি বাৰু?

উত্তৰ : RAPIDX ।

১০) প্ৰশ্ন : কোনখন ৰাজ্যৰ সোণৰ চিত্ৰত জি আই টেগ লগোৱা হৈছে?

উত্তৰঃ মধ্য প্ৰদেশৰ।

১১) প্ৰশ্ন : পশ্চিম বংগৰ সৰ্ববৃহৎ জিলা খনৰ নাম কি?

উত্তৰঃ দক্ষিণ ২৪ পৰগনা জিলা।

১২) প্ৰশ্ন : পশ্চিম বাৰিষাৰ বাবে ভাৰতত কেতিয়া বৰষুণ হয়?

উত্তৰঃ শীতকালত।

১৩) প্ৰশ্ন : ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান খনৰ নাম কি?

উত্তৰঃ নৈনিতালৰ উত্তৰাখণ্ডৰ জিম কৰবেট।

১৪) প্ৰশ্ন : ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক খনিজ তেল উৎপাদন কৰে?

উত্তৰঃ গুজৰাটে।

Leave a comment